ETV Bharat / state

ধলাত মৃতদেহ উদ্ধাৰ

ন দিহিঙত 2 মে’ত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন দুজন লোকৰ মৃতদেহ উদ্ধাৰ হয় মঙলবাৰে ৷

ধলাত মৃতদেহ উদ্ধাৰ
author img

By

Published : May 7, 2019, 6:59 PM IST

  • শংকৰ গুঞ্জু আৰু ফুল গুঞ্জু নামৰ দম্পতি হালৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত উদ্ধাৰ
  • ধলাৰ মালভোগ নামৰ ঠাইত উপঙি আছিল মৃতদেহ দুটা
  • দুৰ্ঘটনাটোত তিনিজন লোক সন্ধানহীন হৈছিল
  • তাৰে এগৰাকীৰ মৃতদেহ সোমবাৰে উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰত
    ETV BHARAT
    মৃতদেহ উদ্ধাৰ

Intro:Breaking news
ন-দিহিঙত যোৱা ২মেত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন দুজনৰ মৃতদেহ উদ্ধাৰ ৷ শংকৰ গুঞ্জু আৰু ফুল গুঞ্জু নামৰ দম্পতি হালৰ মৃতদেহ ব্ৰক্ষ্মপুত্ৰত উপঙি থকাত উদ্ধাৰ কৰে ৰাইজে ৷ ধলাৰ মালভোগ নামৰ ঠাইত উপঙি আছিল মৃতদেহকেইটা ৷ দুৰ্ঘটনাটোত তিনিজন লোক সন্ধানহীন হৈছিল ৷ তাৰে এগৰাকীৰ মৃতদেহ কালি উদ্ধাৰ হৈছিল ব্ৰক্ষ্মপুত্ৰত ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.