ETV Bharat / state

ডুমডুমাত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ চুতীয়া ছাত্ৰ সন্থাৰ

author img

By

Published : Jul 7, 2019, 7:37 PM IST

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ কৰা মন্তব্যৰ বিৰোধিতাৰে ওলাই আহিল চুতীয়া ছাত্ৰ সন্থা ৷ অতিশীঘ্ৰেই জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

ডুমডুমাত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ চুতীয়া ছাত্ৰ সন্থাৰ

ডুমডুমা, 7 জুলাইঃ বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে দেওবাৰে সন্ধিয়া মুখৰিত হ’ল ডুমডুমা ৷ ডুমডুমা ৰাজহুৱা বাছ আস্থানৰ সন্মুখত বিজেপি বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিলে চুতীয়া ছাত্ৰ সন্থাই । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে সন্থাটোৰ কেইবাটাও আঞ্চলিক সমিতিয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, চুতীয়া জনগোষ্ঠীৰ লগতে মৰাণ, মটক, আহোম, কোঁচ-ৰাজবংশী, আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এই ছয় জনগোষ্ঠীয় সংগঠনে বাৰম্বাৰ দাবী জনায় অহাৰ পাছতো ৰজাঘৰে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে ।

আনহাতে বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও বিজেপি দল শাসনলৈ অহাৰ পিছত জনজাতিকৰণ প্ৰসংগটো অসম্ভৱ বুলিহে কোৱা পৰিলক্ষিত হৈছে । ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ওপৰত নতুনকৈ মডেলিটি প্ৰস্তুত কৰি পুনৰ পাঁচ বছৰ অতিবাহিত কৰিবলৈ বিচৰা বুলি অভিযোগ উত্থাপন কৰি ডুমডুমাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে । আনহাতে অতিশীঘ্ৰেই জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে ।

আৰু পঢ়কঃ ক্ৰমাৎ জটিল ৰূপত হাতী-মানুহৰ সংঘাত

Intro:Date: 07-07-2019

Sluge: ডুমডুমাত জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ চুতীয়া ছাত্ৰ সন্থাৰ ।

V/O: বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে দেওবাৰে সন্ধিয়া মুখৰিত হ’ল ডুমডুমা ।ডুমডুমা ৰাজহুৱা বাছ আস্থানৰ সন্মূখত বিজেপি বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰিলে চুতীয়া ছাত্ৰ সন্থাই । ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে সন্থাটোৰ কেইবাটাও আঞ্চলিক সমিতিয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে চুতীয়া জনগোষ্ঠীৰ লগতে মৰাণ, মটক, আহোম, কোঁচ-ৰাজবংশী, আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এই ছয় জনগোষ্ঠীয় সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো আজিলৈকে ৰজাঘৰে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে । আনহাতে বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও বিজেপি দল শাসনলৈ অহাৰ পিছত জনজাতিকৰণ প্ৰসংগটো অসম্ভৱ বুলিহে উলোটা খৰ মৰা পৰিলক্ষিত হৈছে । ইপিনে শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ওপৰত নতুনকৈ মডেলিটি প্ৰস্তুত কৰি পুনৰ পাঁচ বছৰ অতিবাহিত কৰিবলৈ বিচৰা বুলি অভিযোগ উত্থাপন কৰি আজি ডুমডুমাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে । আনহাতে অতিশীঘ্ৰেই জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে ।

Byte: চুতীয়া ছাত্ৰ নেতা ।Body:Date: 07-07-2019

Byte: চুতীয়া ছাত্ৰ নেতা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.