ETV Bharat / state

ডুমডুমাত নিহত তিনিগৰাকী মহিলা

author img

By

Published : Jun 13, 2019, 11:40 PM IST

Updated : Jun 13, 2019, 11:49 PM IST

ডুমডুমাত নিহত তিনিগৰাকী মহিলা

2019-06-13 22:52:56

ডুমডুমাৰ বাগানত একেলগে মৃত্যু তিনি মহিলাৰ

  • ডুমডুমাৰ বৰডুবি চাহ বাগিচাৰ চাৰিনম্বৰ লাইনত সংঘটিত হয় শোকাবহ ঘটনা
  • বাগিছাখনৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু হয় 
  • মৃত মহিলাকেইগৰাকীৰ নাম ফিলমিয়া চাই মুৰুম, সাৰথি খাৰিয়া আৰু দিৰাং চাই মুৰুম
  • বাগিছাত পাত ছিঙি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মহিলাকেইগৰাকী
  • খাদ্যত বিষক্ৰিয়া হৈ মহিলাকেইগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 
  • প্ৰথম অৱস্থাত বৰডুবি চাহ বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলা তিনিগৰাকীক
  • পাছত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়
  • কিন্তু  চিকিৎসকে মহিলাকেইগৰাকীক মৃত বুলি ঘোষণা কৰে

Intro:Date: 13-06-2019

Sluge: ডুমডুমাৰ বৰডুবি চাহ বাগিচাৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু

V/O: ডুমডুমাৰ বৰডুবি চাহ বাগিচাত মৃত্যুৰ কিৰিলি ।
বাগিছাখনৰ চাৰিনম্বৰ লাইনৰ তিনি গৰাকী মহিলা শ্ৰমিকৰ হঠাতে মৃত্যু হ'য় ।
বাগিছাত পাত ছিঙি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিছিল মহিলা কেইগৰাকী ।
কৰুণ মৃত্যুক সাৱটি লোৱা শ্ৰমিক কেইগৰাকী হৈছে ফিলমিয়া চাই মুৰুম (৪৫), সাৰথি খাৰিয়া (৪৪) আৰু দিৰাং চাই মুৰুম (৬৫) ।
খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্ধেহ কৰা হৈছে ।
প্ৰথম অৱস্থাত বৰডুবি চাহ বাগিছাৰ চিকিতসালয়ত নিয়া হ'য় । পাছত উন্নত চিকিতসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হ'য় যদিও চিকিতসকে মৃত বুলি ঘোষণা কৰে ।
অন্যহাতে আগথা ৰেমিচ (৩৫) নামৰ মহিলা (চৰদাৰ) গৰাকীও গুৰুতৰভাৱে অসুস্থ । উন্নত চিকিতসাৰ বাবে আগথা ৰেমিচকো তিনিচুকীয়া অসামৰিক সিকিতসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

(Photo&visual_গুৰুতৰভাৱে আহত মহিলাৰ )

Byte: নিহতৰ আত্মীয়Body:Date: 13-06-2019

Byte: নিহতৰ আত্মীয়Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
Last Updated : Jun 13, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.