ETV Bharat / state

শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

author img

By

Published : Dec 23, 2019, 12:06 PM IST

শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ধলা তালাপ,ৰূপাই হৈ দেওবাৰে সন্ধিয়া ডুমডুমাত পথ সভাৰে অন্ত পৰে ।

CONGRESS JANAJAGARN RALLY FROM DHUBRI TO SADIA ETV BHARAT
কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

ধুবুৰী, 23 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰিছে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা। শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ধলা তালাপ,ৰূপাই হৈ দেওবাৰে সন্ধিয়া ডুমডুমাত পথ সভাৰে অন্ত পৰে । ডুমডুমাত সহস্ৰাধিক লোকে কংগ্ৰেছৰ এই অস্তিত্ব ৰক্ষাৰ জন জাগৰণ যাত্ৰাত সহযোগ কৰে। বিৰোধী বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হোৱা জন জাগৰণ যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন,ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজকে ধৰি কংগ্ৰেছ দলৰ বহু কেইজন জেষ্ঠ নেতাই অংশগ্ৰহণ কৰে।

শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা

লগতে চাওকঃ ধাৰাবাহিকভাৱে অব্যাহত CAAৰ বিৰোধী প্ৰতিবাদ

Intro:Date: 23-12-2019

Slug: শদিয়াৰ পৰা ধুবুৰীলৈ কংগ্ৰেছে আৰম্ভ কৰিছে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ।

V/O: নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰ কৰাৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰিছে অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা । শদিয়াৰ বীৰ লাচিত ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ধলা, তালাপ, ৰূপাই হৈ দেওবাৰে সন্ধিয়া ডুমডুমাত পথ সভাৰে অন্ত পৰে । ডুমডুমাত সহস্ৰাধীক লোকে কংগ্ৰেছৰ এই অস্তিত্ব ৰক্ষাৰ জন জাগৰণ যাত্ৰাত সহযোগ কৰে । বিৰুধী বিধায়ীনি দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হোৱা জন জাগৰণ যাত্ৰাত অসম কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইন, ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজকে ধৰি কংগ্ৰেছ দলৰ বহু কেইজন জেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

Byte: ৰিপুন বৰা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 23-12-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.