ETV Bharat / state

তিনিচুকীয়াত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক

ৰহস্যজনক ভাৱে RJ-14-GC-7439 নম্বৰৰ ট্ৰাকখনত থকা চোৰাং কয়লা খিনিৰ গৰাকীৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ডিগবৈ আৰক্ষী ৷

তিনিচুকীয়াত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক
author img

By

Published : Jun 9, 2019, 12:02 AM IST

তিনিচুকীয়া, 8 জুন: তিনিচুকীয়াৰ ডিগবৈত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক ৷ শনিবাৰে তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী পথৰ পৰা এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ডিগবৈ আৰক্ষী ৷ ৰহস্যজনক ভাৱে RJ-14-GC-7439 নম্বৰৰ ট্ৰাকখনত থকা চোৰাং কয়লা খিনিৰ গৰাকীৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ডিগবৈ আৰক্ষী ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি প্ৰশাসনক মেনেজ কৰি একাংশ চোৰাং বেপাৰীয়ে লিডুৰ পৰা চোৰাং কয়লা সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন স্থানীয় সচেতন মহলৰ ৷

From:-Prasanta Khatowal

Slug:-as_tsk_8jun_coal_truck_vis3_7203862

Story:- তিনিচুকীয়াৰ ডিগবৈত জব্দ চোৰাং কয়লা ভৰ্ত্তি ট্ৰাক

OC/VO:-তিনিচুকীয়াৰ ডিগবৈ-পেঙেৰী পথৰ পৰা এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে ডিগবৈ আৰক্ষীয়ে৷RJ-14 GC 7439 নম্বৰৰ ট্ৰাকখনত থকা চোৰাং কয়লা খিনিৰ গৰাকীৰ তথ্য সাংবাদিকক দিয়াৰ পৰা ৰহস্যজনক ভাৱে  বিৰত থাকে ডিগবৈ আৰক্ষী। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি প্ৰশাসনক মেনেজ কৰি একাংশ চোৰাং বেপাৰীয়ে লিডুৰ পৰা চোৰাং কয়লা সৰবৰাহ কৰি আহিছে৷

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত

NB:- Visual in ftp pls check slug
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.