কাকপথাৰ, ২৭ জুলাই : তিনি বছৰে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে কাকপথাৰৰ মদন তালুকদাৰ । চিকিৎসাৰ নামত সমস্ত সাঁচতীয়া ধন খৰচ কৰি কোনো সু-ফল নোপোৱাত এতিয়া বিপাঙত পৰি সহায় বিচাৰিছে অসমবাসীৰ । স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুনয়, বিনুনয় কৰিও কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয়বাসী ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগত স্থানীয় বিধায়ক বলিন চেতিয়াই ব্যক্তিজনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি নাপালে এটাও ফুটাকড়ি ৷ হৃদয়বান লোকক সহায়ৰ আহ্বান ।
কাকপথাৰৰ কেন্সাৰ ৰোগীক প্ৰয়োজন আপোনাৰ সহায় - seeking help
বিগত তিনি বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে মদন তালুকদাৰ নামৰ এজন ব্যক্তি । চিকিৎসাৰ নামত খৰছ হল সমস্ত জমা ধন । আৰ্থিক দিশত সহায় কৰিব বিচৰা ইচ্ছুক ব্যক্তিয়ে 6003364893 নম্বৰত যোগাযোগ কৰি সহায় কৰিব পাৰিব পৰিয়ালটোক ৷
কাকপথাৰ, ২৭ জুলাই : তিনি বছৰে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে কাকপথাৰৰ মদন তালুকদাৰ । চিকিৎসাৰ নামত সমস্ত সাঁচতীয়া ধন খৰচ কৰি কোনো সু-ফল নোপোৱাত এতিয়া বিপাঙত পৰি সহায় বিচাৰিছে অসমবাসীৰ । স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুনয়, বিনুনয় কৰিও কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয়বাসী ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগত স্থানীয় বিধায়ক বলিন চেতিয়াই ব্যক্তিজনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি নাপালে এটাও ফুটাকড়ি ৷ হৃদয়বান লোকক সহায়ৰ আহ্বান ।
শদিয়া : ব্যক্তিজনৰ নাম মদন তালুকদাৰ(65) ৷ বিগত তিনিবছৰে ব্যক্তিজনে কৰ্কট ৰুগত আক্ৰান্ত হৈ আছে ৷ ব্যক্তি তথা পৰিয়ালে তিনিবছৰে চিকিৎসাৰ নামত হাচতিয়া ধন সমুহ খৰচ কৰি কোনো সু-ফল নোপোৱাত এতিয়া বিপাঙত পৰি সহায় বিচাৰিছে অসমবাসীৰ ৷ স্থানীয় বিধায়ক, সাংসদ তথা পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ অনুনয়, বিনুনয় কৰিও কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়াল তথা স্থানীয়বাসী ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগত স্থানীয় বিধায়ক বলিন চেতিয়াই ব্যক্তিজনক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি নাপালে এটাও ফুটাকঢ়ি ৷ সকলোৱে মাত্ৰ আশ্বাসৰ বাহিৰে পৰিয়ালটোক নকৰিলে কোনোধৰণৰ আৰ্থিক সহায় নতুবা সহযোগিতা ৷ ঘৰত মাত্ৰ এজন সৰু পুত্ৰ থকাৰ বাবে ঘৰৰ মুল ব্যক্তিজনে বেমাৰত পৰাত অসহায় হৈ পৰিছে পৰিয়ালটো ৷ হৃদয়বান লোকৰ সহায়ৰ হাত বিচাৰিছে পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ সপোন উন্নত চিকিৎসা কৰি সুস্থ কৰি তুলিব ঘৰৰ মুল মানুহজনক ৷ কিন্টু প্ৰাচীৰ হৈ থিয় দিছে আৰ্থিকে ৷ সেইয়ে আৰ্থিক দিশত সহায় কৰিব বিচৰা ইচ্ছুক ব্যক্তিয়ে 6003364893 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ আপোনাৰ অকমান সহায়, সহানুভুতিয়ে হাঁহি বিৰিঙাব পাৰে পৰিয়ালটোৰ ৷ ৰাজ্য চৰকাৰে কেন্সাৰ ৰোগী সকলৰ বিনামুলীয়া চিকিৎসাৰ কথা সভাই সমিতিয়ে ফুলজাৰি মাৰে যদিও এনেধৰণৰ ব্যক্তিয়ে কিয় বিনামুলীয়া চিকিৎসা নাপায়, সেইয়া হে এক লক্ষ্যণীয় বিষয় ৷ চৰকাৰ দৃষ্টগোচৰ তথা হৃদয়বান লোকৰ সহায় বিচাৰিছে তেখেতৰ পত্নী তথা স্থানীয় ৰাইজে ৷Body:Byte : 1/ Wife
2/ Near PublicConclusion:Mintu Talukdar
Sadiya