ETV Bharat / state

তিনিচুকীয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন - সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

এদিনিয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীত পুৱাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাই ৷

Bhupen Hazarika 9th death day celebrations at tinsukia
তিনিচুকীয়াত সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন
author img

By

Published : Nov 5, 2020, 8:56 PM IST

Updated : Nov 6, 2020, 6:06 AM IST

তিনিচুকীয়া,5 নৱেম্বৰঃ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তী নিৰ্মাণ সমিতিৰ সহযোগত বৃহস্পতিবাৰে তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত সুধাকণ্ঠ ড°ভুপেন হাজৰিকৰ উদ্যানত এদিনিয়া কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ মৃত্যু দিৱস আয়োজন কৰে।

Bhupen Hazarika 9th death day celebrations at tinsukia
তিনিচুকীয়াত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন
এদিনিয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীত পুৱাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাই ৷ বন্তি প্ৰজ্বলন কৰে জাতীয় জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া সকলে। ছাত্ৰ-ছাত্ৰী সকল বাবে ক্ৰমে চিত্ৰাংকণ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে সন্ধিয়ালৈ এক বাৰেবৰণীয়া সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে সংগঠনটোৱে ।

ইপিনে নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব কেইবাগৰাকীও কণ্ঠশিল্পী ক্ৰমে মহেন্দ্ৰ হাজৰিকা, লুহিত গগৈ, ৰাজীৱ শদিয়া,লুইত দাস, চন্দ্ৰকান্ত ফুকন,উদিয়ান কণ্ঠশিল্পী প্ৰিয়কা মৰাণ আৰু সুস্মিতা তৃষা।

লগতে পঢ়কঃ নাওবৈচাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

Last Updated : Nov 6, 2020, 6:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.