ETV Bharat / state

ডুমডুমাৰ বিছাকুপি চাহ বাগিছাত প্ৰাপ্য ধন বিচাৰি প্ৰতিবাদ

author img

By

Published : Jul 8, 2019, 5:38 PM IST

বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাপ্য ধন (Liability Bill) বিচাৰি পুনৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ডুমডুমা ব্যৱসায়ী সন্থাৰ।

ডুমডুমাত প্ৰাপ্য ধন বিচাৰি প্ৰতিবাদ

ডুমডুমা, 8 জুলাইঃ অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গোপনে তিনিচুকীয়া জিলাৰ চামডাং,ৰাইডাং,বিছাকুপি, বাঘজান,বৰডুবি,দৈমূখীয়া আৰু ফিল'বাৰীকে ধৰি মুঠ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limitedক বিক্ৰী কৰিছিল । মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধিনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰে কাম কৰা (Liability Bill) টকা আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ঠিকাদাৰসকলে । বিভিন্ন সময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনোৱাৰ ওপৰিও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াত সোমবাৰে পুনৰ প্ৰতিবাদত বহিল ঠিকাদাৰ সকল ৷

প্ৰাপ্য ধন বিচাৰি প্ৰতিবাদ

উল্লেখ্য যে প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত শংকিত হৈ পৰিছে ঠিকাদাৰসকল। বাৰম্বাৰ আবেদন নিবেদন, প্ৰতিবাদ কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত কিছুদিন পূৰ্বে ঠিকাদাৰ সকলে বৰডুবি চাহ বাগিছা কাৰ্যালয়ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল । সোমবাৰে পুনৰ ঠিকাদাৰসকলৰ মঞ্চ, সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD)এ বিছাকুপি চাহ বাগিছাৰ ফেক্টৰীৰ প্ৰৱেশদ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Intro:Date: 08-07-2019

Sluge: বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ পৰা প্ৰাপ্য ধন (Liability Bill) বিচাৰি পুণৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ডুমডুমা ব্যৱসায়ী সন্থাৰ ।

V/O: অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গুপনে তিনিচুকীয়া জিলাৰ চামডাং, ৰাইডাং, বিছাকুপি, বাঘজান, বৰডুবি, দৈমূখীয়া আৰু ফিল'বাৰী মুঠ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল । মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধিনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ ঠিকাদাৰসকলে কাম কৰা (Liability Bill) টকা আজিকুপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজোহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । বিভিন্নসময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনোৱাৰ ওপৰিও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া সংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওলোকৰ পৰিয়ালসমূহ । বাৰম্বাৰ আবেদন নিবেদন, প্ৰতিবাদ কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত কিছুদিন পূৰ্বে ঠিকাদাৰ সকলে বৰডুবি চাহ বাগিছা কৰ্যালয়ৰ মূখ্য প্ৰৱেশ দ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছিল । আজি পু্ণৰ ঠিকাদাৰসকলৰ মঞ্চ সদৌ ডুমডুমা ব্যৱসায়ী সন্থা (ACSAD) এ বিছাকুপি চাহ বাগিছাৰ ফেক্টেৰীৰ প্ৰৱেশদ্বাৰৰ সন্মূখত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে । ঠিকাদাৰসকলৰ দাবী, অতি সিঘ্ৰে যদি তেওলোকৰ প্ৰাপ্য নাপাই তেন্তে M. K. Shah Exports Limited মালিকাধীন সকলো বাগিছাৰ বিৰুদ্ধে জংগী প্ৰতিবাদী কপাযসূচী ৰূপায়ন কৰিব ।

Byte: ভুক্তভোগী ঠিকাদাৰ ।Body:Date: 08-07-2019

Byte: ভুক্তভোগী ঠিকাদাৰ ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.