ETV Bharat / state

হস্তীৰো পিচলে পাও, নলাত সোমাল গজৰাজ ! - কাজিৰঙা

খবৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তদুপৰি স্থানীয় ৰাইজে ভোকাতুৰ পোৱালীটোক খাদ্যৰ যোগান ধৰে ৷

হস্তী-মানৱৰ সংঘাত অব্যাহত: পেঙেৰীত উদ্ধাৰ হ’ল হাতী পোৱালী
author img

By

Published : Nov 16, 2019, 8:02 PM IST

Updated : Nov 16, 2019, 11:51 PM IST

ডুমডুমা, 16 নৱেম্বৰ: সম্প্ৰতি ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে হাতী মানুহৰ সংঘাত ৷ এই সংঘাত অব্যাহত থকাৰ মাজতে শনিবাৰে পুৱা পেঙেৰীৰ ১ নং ডিব্ৰুজানত এটা বনৰীয়া হাতী পোৱালী উদ্ধাৰ কৰা হয় । জানিব পৰা মতে, খাটাংপানী আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ বুঢ়ীদিহিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা পোৱালীটো বিচ্ছিন্ন হয় ৷ স্থানীয় ৰাইজে এটা নলাত হাতী পোৱালীটো আৱদ্ধ হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি পেঙেৰী আৰক্ষী তথা খাটাংপানী আঞ্চলিক বনবিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তদুপৰি স্থানীয় ৰাইজে ভোকাতুৰ পোৱালীটোক খাদ্যৰ যোগান ধৰে ৷ ইপিনে হাতীটোক চিকিৎসকৰ সহায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে বনবিভাগে । আনহাতে বনবিভাগে পৰৱৰ্তী সময়ত হাতী পোৱালীটো কাজিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিছে ৷

হস্তী-মানৱৰ সংঘাত অব্যাহত: পেঙেৰীত উদ্ধাৰ হ’ল হাতী পোৱালী

লগতে চাওক:কামৰূপৰ ইয়াছিন আলীৰ উদ্ভাৱনে দৃষ্টি কাঢ়িছে সকলোৰে

Intro:Date: 16-11-2019

Slug: পেঙেৰীৰ ১ নং ডিব্ৰুজানত এটা বনৰীয়া হাতী পোৱালী উদ্ধাৰ ।

V/O: ৰাজ্যত দিনক দিনে হাতী মানুহৰ সংঘাত বৃদ্ধি পাই থকাৰ মাজতেই শনিবাৰে পুৱা পেঙেৰীৰ ১ নং ডিব্ৰুজানত এটা বনৰীয়া হাতী পোৱালী উদ্ধাৰ হ'য় । খাটাংপানী আঞ্চলিক বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ বুঢ়িদিহিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা বিঞ্চিন্ন হোৱা হাতী পোৱালীটো আজি ১ নং ডিব্ৰুজানৰ স্থানীয় ৰাইজে এটা নলাত আৱদ্ধ হৈ থকা অৱস্থাত প্ৰতক্ষ্য কৰি পেঙেৰী আৰক্ষীৰ লগতে খাটাংপানী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে । স্থানীয় ৰাইজৰ খবৰৰ ভিক্তিত আৰক্ষী আৰু বন বিভিগৰ লোকে হাতী পোৱালীটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'য় । বিগত কিছুদিন আগত বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৰ পৰা বিঞ্চিন্ন হোৱাৰ লগতে ভোকত থকা হাতী পোৱালীটোক স্থানীয় ৰাইজে খাদ্য প্ৰদান কৰাৰ পাছত বন বিভাগৰ লোকে চিকিৎসকৰ সহায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । পৰৱৰ্তী সময়ত হাতী পোৱালীটো কাজিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে ।

Byte: বন বিষয়া ।
Byte: স্থানীয় ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 16-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Nov 16, 2019, 11:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.