ETV Bharat / state

কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

কলিকতাত দিব্যজ্যোতি ফুকন বন্ধুসকলৰ পৰা বিচ্ছিন্ন হোৱাত হাঁহাকাৰ পৰিস্থিত সৃষ্টি হয় বন্ধুসকলৰ মাজত । পৰিয়ালৰ লগতে বন্ধুৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ।

author img

By

Published : May 14, 2019, 4:02 PM IST

Updated : May 14, 2019, 5:28 PM IST

কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

তিনিচুকীয়া,১৪ মেঃ কাকপথাৰৰ যুৱক কলিকতাত নিৰুদ্দেশ। যুৱকজন টঙনা গাৱঁৰ দিব্যজ্যোতি ফুকন বুলি জানিব পৰা গৈছে।

etv bharat
কলিকতাত নিৰুদ্দেশ কাকপথাৰৰ যুৱক

উল্লেখ্য যে, নিৰুদ্দেশ হোৱা যুৱকজনে লগৰ ১০গৰাকী বন্ধুৰ সতে ৭মে তাৰিখে কামৰ বাবে হায়দৰাবাদলৈ ৰাওনা হৈছিল ৷ কলিকতালৈকে সকলো একেলগে আছিল যদিও কলিকতাত নোহোৱা হয় যুৱকজন ৷ ইতিমধ্যে পিতৃ ঘনেন ফুকনে পুত্ৰ দিব্যজ্যোতি ফুকন নিৰুদ্দেশৰ ঘটনা টঙনা থানাত অৱগত কৰিছে ৷ পৰিয়ালৰ লগতে বন্ধুৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 6001250335 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই।

আন এটা বাতৰি- বেতন অবিহনে শিক্ষকৰ কৰুণ মৃত্যু

Intro:কাকপথাৰৰ যুৱক কলিকতাত নিৰুদ্দেশ

কাকপথাৰ : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা গাৱঁৰ এজন যুৱক নিৰুদ্দেশ হোৱাৰ বাতৰি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ দিব্যজ্যোতি ফুকন নামৰ যুৱকজনে লগৰ ১০গৰাকীৰ লগত ৭মে তাৰিখে কামৰ বাবে হায়দৰাবাগলৈ ৰাওনা হৈছিল ৷ কলিকতাৰ লৈকে সকলো একেলগে আছিল যদিও কলিকতাতে সথাৰ্ৎ নাইকীয়া হয় যুৱকজন ৷ টঙনা গাৱঁৰ ঘনেন ফুকনৰ পুত্ৰ দিব্যজ্যোতি ফুকনৰ নিৰুদ্দেশৰ ঘটনা টঙনা থানাত জনাইছে পৰিয়ালৰ্বগই ৷ পৰিয়ালৰ লগতে বন্ধুৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱাত চিন্তীত গৈ পৰিছে পৰিয়ালবৰ্গ ৷ সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 6001250335 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷Body:NoConclusion:Mintu Talukdar
Sadiya
Last Updated : May 14, 2019, 5:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.