ETV Bharat / state

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ - মথাউৰি

জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে । মথাউৰি ভঙাৰ সম্ভাৱনা থকা ঠাই সমুহত জিঅ' বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জনাইছে ৷

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ
author img

By

Published : Jun 13, 2019, 9:47 PM IST

তিনিচুকীয়া, ১৩ জুনঃ তিনিচুকীয়া জিলাৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে জিলা উপায়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে ৷ আগন্তুক বানপানীৰ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখিয়েই মথাউৰিটো পৰিদৰ্শন উপায়ুক্তৰ ।

তিনিচুকীয়াৰ চোমনি মথাউৰি মেৰামতি কাম পৰিদৰ্শন উপায়ুক্তৰ

জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ৷ মথাউৰি ভঙাৰ সম্ভাৱনা থকা ঠাই সমুহত জিঅ' বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ লগতে জলসম্পদ মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি জলসম্পদ বিভাগ আৰু জিলা পৰিষদৰ ফালৰ পৰা গৰাখহনীয়া প্ৰতিৰোধৰ কাম চলি থকা কথাও উল্লেখ কৰে ৷

লগতে আন এটা বাতৰি- অসাৰ মন্ত্ৰী হিমন্তৰ পকী দলং : 22 বছৰে অৱহেলিত ৰঙাপৰাৰ এটা অঞ্চল

Intro:ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন তিনিচুকীয়া জিলা উপায়ুক্তৰ

শদিয়া : তিনিচুকীয়া জিলাৰ অন্যতম প্ৰধান সমস্যা ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে তিনিচুকীয়া জিলা উপায়ুক্ত ঐৰাম চৰণ কোমাৰ সিঙে ৷ আজি দনত জলসম্পদ বিভাগৰ বিষয়া, অভিযন্ত্ৰা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে ৷ জলসম্পদ বিভাগক মথাউৰিটোৰ সম্পুৰ্ণ তথ্য পাতি লিখিত আকাৰে দিয়াৰ লগতে বিভাগৰ মথাউৰিটো নিৰ্মাণৰ বাবে বিভাগে সকলো চোৱা চিতা কৰিছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷ যিকোনো সময়তে বানপানী আহিব পাৰে, গতিকে মথাউৰি ভঙাৰ সম্ভাৱনা থকা ঠাই সমুহত জিৰ্অ বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জানবলৈ দিয়ে ৷ জলসম্পদ মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি জলসম্পদ বিভাগ আৰু জিলা পৰিষদৰ ফালৰ পৰা গৰাখহনীয়া ৰুধৰ কাম চলি থকা কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে যোৱা মাহত জসসম্পদ মন্ত্ৰী কেশৱ মহন্তই মথাউৰিটো পৰিদৰ্শন কৰি গৰাখহনীয়া ৰুধৰ কাম খৰতকীয়াকৈ কৰিবলৈ নিৰ্দেশ দিছিল যদিও বৰ্তমানৰ লৈকে মাত্ৰ দুশটা মান হে জিৰ্অ বেগৰ কাম হৈছে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে ৷Body:Byte : DC, TINSUKIAConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.