ETV Bharat / state

মজুৰি 351 টকা : চৰকাৰক দাবী সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ

author img

By

Published : Feb 24, 2021, 10:52 PM IST

Updated : Feb 25, 2021, 12:04 PM IST

তিনিচুকীয়াৰ জ্যোতি হোটেলত সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই এক সংবাদমেল সম্বোদন কৰে ৷ উক্ত সংবাদমেলত চাহ শ্ৰমিক সকলৰ বাবে বাবে ৰূপায়ন কৰা ৩৫১ টকাৰ মজুৰি চুক্তিখন পালন কৰিবলৈ অসম চৰকাৰ আহ্বান জনাই সংগঠনটোৰ নেতৃত্বই ৷

AATTJA Press meet in tinsukia
তিনিচুকীয়াৰ সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ সংবাদমেল

তিনিচুকীয়া, 24 ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ জ্যোতি হোটেলত সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই এক সংবাদমেল সম্বোদন কৰে ৷ উক্ত সংবাদমেলত চাহ শ্ৰমিক সকলৰ বাবে বাবে ৰূপায়ন কৰা ৩৫১ টকাৰ মজুৰি চুক্তিখন পালন কৰিবলৈ অসম চৰকাৰ আহ্বান জনাই সংগঠনটোৰ নেতৃত্বই ৷

ইফালে, সাংবাদিকক সম্বোধন কৰি আগন্তুক নিৰ্বাচনত ৩৭ টা সমষ্টিত প্ৰাৰ্থীত্ব জনগোষ্ঠীয় প্রতিনিধি অসমৰ বিধান সভালৈ নিৰ্বাচন কৰিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ সদৌ অসম আদিবাসী চাহ জনজাতি জাগৰণ সন্থাৰ হৈ আজিৰ সংবাদমেলত সাংবাদিকক সম্বোধন কৰে সন্তোষ কুৰ্মীয়ে ৷

লগতে পঢ়ক:অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

Last Updated : Feb 25, 2021, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.