ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ পদ যাত্ৰা

author img

By

Published : Apr 3, 2021, 7:45 PM IST

অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি প্ৰতিবাদত তিনিচুকীয়াত আছুৰ প্ৰতিবাদ ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জিলা মুখ্য কাৰ্যালয় পৰা বিশাল পদ যাত্ৰা কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

aasu-protest-in-tinsukia-against-price-hike
অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি প্ৰতিবাদত আছুৰ পদ যাত্ৰা

তিনিচুকীয়া, 3 এপ্ৰিল : অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে তিনিচুকীয়াত প্ৰতিবাদত সাব্যস্ত কৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰা মাজতে, ভূতৰ ওপৰত দানৱ পৰা দি পেট্ৰ’ল-ডিজেল আৰু ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জিলা মুখ্য কাৰ্যালয় পৰা বিশাল পদ যাত্ৰা কৰি এই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ উক্ত যাত্ৰাত তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক, বিতো ডেকা প্ৰমুখ্যে কৰি সংগঠনতোৰ বহু সদস্যই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: 24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.