ETV Bharat / state

তালাপত আছুৰ উত্তাল প্ৰতিবাদ

খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ সকীয়নি চাহ উদ্যোপতি কৰণ পালক

তালাপত আছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Mar 26, 2019, 11:10 PM IST

নিউজ ডেস্ক, তিনিচুকীয়া, 26 মাৰ্চ : তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উত্তাল কৰিলে তালাপ চাহ বাগিচা ৷ এপিজে টি গ্ৰুপৰ অধ্যক্ষ কৰণ পাল মুৰ্দাবাদ ধবনিৰে মঙলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উত্তাল কৰে পৰিবেশ ৷ তালাপ চাহ বাগিচা অৱস্থিত এপিজেৰ পঞ্জীকৃত কাৰ্যালয় চৌহদ৷ চাহ উদ্যোগপতি কৰণ পালৰ বিৰুদ্ধে বাগিচা প্লেনটেচন আইন-প্লেনটেচন লেবাৰ আইন-১৯৫১আৰু এপ্লইমেন্ট আইন-১৯৪৬ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

তালাপত আছুৰ উত্তাল প্ৰতিবাদ
তালাপ চাহ বাগিচাস্থিত বহুজাতিক চাহ কোম্পানীটোৰ পঞ্জিকৃত কাৰ্যালয়ৰ প্ৰশাসনিক ক্ষমতা,পঞ্জীকৃত কাৰ্যালয়টোত খালি হৈ থকা উচ্চবৰ্গৰ সহায়ক পদ সমূহৰ নিযুক্তি প্ৰদানৰ দাবী কৰিছে ছাত্ৰ সন্থাই । খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰৰ পৰা চাহ উদ্যোপতি কৰণ পালক আতৰি থাকিবলৈ ছাত্ৰ সন্থাই কঠোক সকীয়নি প্ৰদান কৰে ৷

From:-Prasanta Khatowal

Slug:-A_TSK_26MAR_802_AASU_PROTEST_PRASANTA_KHATOWAL

STORY:তালাপত আছুৰ উত্তাল প্ৰতিবাদ

OC/VO:-এপিজে টি গ্ৰুপৰ অধ্যক্ষ কৰণ পাল মুৰ্দাবাদ ধবনিৰে মংগলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই উত্তাল কৰিলে তালাপ চাহ বাগিচাত অৱস্থিত এপিজেৰ পঞ্জীকৃত কাৰ্যালয় চৌহদ৷ চাহ উদ্যোগপতি কৰণ পালৰ বিৰুদ্ধে বাগিচা প্লেনটেচন আইন-প্লেনটেচন লেবাৰ আইন-১৯৫১আৰু এপ্লইমেন্ট আইন-১৯৪৬ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ তালাপ চাহ বাগিচাস্থিত বহুজাতিক চাহ কোম্পানীটোৰ পঞ্জিকৃত কাৰ্যালয়ৰ প্ৰশাসনিক ক্ষমতা,পঞ্জীকৃত কাৰ্যালয়টোত খালি হৈ থকা উচ্চবৰ্গৰ সহায়ক পদ সমূহৰো নিযুক্তি প্ৰদানৰ দাবী কৰিছে ছাত্ৰ সন্থাই।বিৰোধী ষড়যন্ত্ৰৰ পৰা চাহ উদ্যোপতি কৰণ পালক আতৰি থাকিবলৈ ছাত্ৰ সন্থাই কঠোক সকীয়নি প্ৰদান কৰিছে৷

BYET:- দিপাংক সোণোৱাল,সাংগঠনিক সম্পাদক,সদৌ অসম ছাত্ৰ সন্থা৷

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
Byte: আছু নেতা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.