ডুমডুমা, 21 ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি শ্বহীদ হোৱা ঈশ্বৰ নায়কৰ পৰিয়াললৈ পঞ্চাছ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান ৷ বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘৰ এটা দল ঈশ্বৰ নায়কৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰে ৷
নায়কৰ বাসগৃহত উপস্থিত অসম চাহ মজদুৰ সংঘৰ নেতৃত্ব অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ নেতৃত্বত দলটো ইশ্বৰ নায়কৰ বাসগৃহত উপস্থিত হয় ৷ নায়কৰ বাসগৃহত উপস্থিত হৈ দলটোৱে নায়কৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু তেওঁলোকক পঞ্চাছ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷
লগতে পঢ়ক- অসম বিশ্ববিদ্যালয়ৰ নিলম্বন অধ্যাপক