ETV Bharat / state

Wako India National KickBoxing Training Came ত জিলিকিব 3 অসমীয়া

author img

By

Published : Sep 28, 2021, 9:01 PM IST

অসমবাসীৰ বাবে এক আশাৰ বতৰা ৷ হিমাচল প্ৰদেশৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত হ'ব লগা ৱাক’ ইণ্ডিয়া কিক বক্সিং প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে তিনিচুকীয়াৰ দীপশিখা ৰাভা, নমিতা গুৱালা আৰু কমল শৰ্মাই ৷ এই তিনিগৰাকী খেলুৱৈক লৈ যথেষ্ট আশাবাদী ৱাক’ ইণ্ডিয়া কিক বক্সিঙৰ সভাপতি-সাধাৰণ সম্পাদকৰ লগতে তিনিচুকীয়াবাসীও ৷

Good news for Assamese
Wako India National KickBoxing Training Came ত জিলিকিব 3 অসমীয়া

তিনিচুকীয়া,28 ছেপ্তেম্বৰ : অসমবাসীৰ বাবে এক ভাল খবৰ ৷ হিমাচল প্ৰদেশৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত হ'ব লগা ৱাক’ ইণ্ডিয়া কিক বক্সিং প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে তিনিচুকীয়াৰ তিনি গৰাকী খেলুৱৈয়ে । ১ অক্টোবৰ পৰা ৭ অক্টোবৰলৈকে হিমাচল প্ৰদেশৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব WAKO INDIA NATIONAL KICKBOXING TRAINING CAME-2021 ।

য'ত ৱাক’ ইণ্ডিয়া কিক বক্সিঙৰ সাধাৰণ সম্পাদক অৰবিন্দ পেটেলৰ নেতৃত্বত সমগ্ৰ অসমৰ হৈ ১৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ তাৰে তিনিচুকীয়াৰ জিলাৰ পৰা দীপশিখা ৰাভা, নমিতা গুৱালা আৰু কমল শৰ্মায়ে অংশগ্ৰহণ কৰিব । এই কথা সোমবাৰে সংবাদমেল যোগে সদৰি কৰে ৱাক’ ইণ্ডিয়া কিক বক্সিঙৰ সাধাৰণ সম্পাদক অৰবিন্দ পেটেল আৰু সভাপতি ৰাঘৱ প্ৰসাদে ।

অসমবাসীৰ বাবে এক আশাৰ বতৰা

অসমৰ পৰা যাবলৈ ওলোৱা খেলুৱৈ সকলক লৈ যথেষ্ট আশাবাদী ৱাক’ ইণ্ডিয়া কিক বক্সিঙৰ সাধাৰণ সম্পাদক অৰবিন্দ পেটেল আৰু ৱা'ক কিক বক্সিঙ তিনিচুকীয়া জিলাৰ সভাপতি ৰাঘৱ প্ৰসাদ ৷ তেওঁলোকৰ আশা উক্ত প্ৰশিক্ষণ শিবিৰত উন্নত প্ৰদৰ্শন দেখুৱাই খেলুৱৈ কেইগৰাকীয়ে অসমলৈ অসম তথা তিনিচুকীয়া জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিব ৷

লগতে পঢ়ক: 28 ছেপ্তেম্বৰ : বিশ্ব জলাতংক দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.