ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

author img

By

Published : Dec 3, 2019, 1:38 PM IST

শিল্পী সমাজক একত্ৰিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ ইংগিত জুবিনৰ ৷ বিষয় সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগত আলোচনা কৰাৰ কথা ব্যক্ত কৰে জুবিনে ৷

Zubeen Garg on Citizenship Amendment Bill
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

তেজপুৰ, 3 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ ৷ শিল্পী সমাজক একত্ৰিত কৰি বিধেয়কখনৰ বিৰোধিতা কৰাৰ ইংগিত জুবিন গাৰ্গৰ ৷ বিষয়টো সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ সৈতে আলোচনা কৰাৰ কথা ব্যক্ত কৰে জুবিনে ৷ শিল্পী গৰাকীয়ে আৰু কয় যে, সমগ্ৰ দেশৰ ভিতৰতে এটা সদ্ভাৱ থকাৰ সময়তে যদি বেয়া বস্তু এটা আহি সোমায় পৰে সি সকলোকে ক্ষতি কৰিব ৷
উল্লেখ্য যে,তেজপুৰত অনুষ্ঠিত জুবিন একাদশ আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ দিবা নৈশ ফুটবল খেলত অংশ লয় শিল্পীগৰাকীয়ে ৷ ফুটবল খেলত ভাগ লৈ তেখেতে সাংবাদিকৰ লগত খেলত অংশ লৈ ভাল লগা বুলি মন্তব্য কৰে ৷ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে জুবিন একাদশক 5-2 গলৰ ব্যৱধানত পৰাস্ত কৰে।

আৰু পঢ়ক- টীয়কত ব্যতিক্ৰমী দৃশ্যঃ চোৰে দিলে চোৰক নীতি শিক্ষা

Intro:তেজপুৰ,৩ ডিচেম্বৰ: CAB ৰ বিৰুদ্ধে এতিয়াও সম্পূৰ্ণৰূপে বিদ্ৰোহ শিল্পী জুবিন গাৰ্গ ৰ । সকলো শিল্পীসকলক একত্ৰিত কৰি ইয়াৰ বিৰোধীতা কৰাৰ ইংগিত জুবিন গাৰ্গ ৰ । আলোচনা কৰিব বিভিন্ন ৰাজনৈতিক দল তথা সংগঠনৰ লগত ।

Body:তেজপুৰৰ তেলেৰীয়া খেলুৱৈ সকলৰ নেতৃত্বত অনুষ্ঠিত দিবা নৈশ ফুটবল খেলত এজন খেলুৱৈ হিচাপে জুবিন একাদশ আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন (Sonitpur Journalist Union) ৰ মাজত হোৱা খেলত ভাগ লৈ জুবিন গাৰ্গৰ এই মন্তব্য । তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰতে এটা সদ্ভাৱ থকাৰ সময়তে যদি বেয়া বস্তু এটা আহি সোমায় পৰে সি সকলোকে ক্ষতি কৰিব বুলি মন্তব্য কৰে ।
Bite: জুবিন গাৰ্গ ।
আনহাতে ফুটবল খেলত ভাগ লৈ তেওঁ কয় যে ফুটবল খেলি সাংবাদিক ৰ লগত খুবেই ভাল লাগিল । শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে জুবিন একাদশ ক 5-2 গলৰ ব্যৱধানত পৰাস্ত কৰে ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩/১২/১৯

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.