ETV Bharat / state

কৃষি থাকিলেহে বিহু থাকিব ,কৃষি কাৰ্যৰ পৰা যুৱ প্ৰজন্মক আঁতৰি নাথাকিবলৈ আহ্বান - বিহু

বিহগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা ৷ কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক নিমন্ত্ৰণ জনাই শতাধিক লোকক সম্বৰ্ধনা জনায় ।

কৃষি থাকিলেহে বিহু থাকিব কৃষি
author img

By

Published : Apr 28, 2019, 8:28 PM IST

ঢেকিয়াজুলি , 27 এপ্ৰিল : অসমীয়া পৰম্পৰা অনুযায়ী জ্যেষ্ঠসকলক সন্মান জনোৱাৰ প্ৰচেষ্টা হাতত ল'লে বিহগুৰি যুৱ মৰ্চাই । কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক সম্বৰ্ধনা জনায় যুৱ মৰ্চাই । যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু,এমট'নৰ ৰাজ্যিক উপাধ্যক্ষ ঋতুপৰ্ণ শৰ্মা, বিজেপি ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে জিলাৰ সভাপতি বীৰেণ নাথো ।

বিহগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা

কৃষি থাকিলেহে বিহু থাকিব, গতিকে নৱ-প্ৰজন্মক বিহুক পৰিৱর্তনৰ ৰূপ দিবলৈ গৈ কৃষি কাৰ্যৰ পৰা আঁতৰি নাথাকিবলৈ আহ্বান ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ। আনহাতে শতাধিক ব্যয়োজ্যেষ্ঠ লোকক একোখনকৈ ফুলাম গামোছা আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে ৷

Intro:*_কৃষি থাকিলেহে অসমীয়া সংস্কৃতি বিহু জীয়াই থাকিব: কিশোৰ উপাধ্যায়*_

*বিহুগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা ।*

V/O:অসমীয়া পৰম্পৰা অনুযায়ী জেষ্ঠসকলক সন্মান জনোৱাৰ প্ৰচেষ্টা হাতত ল'লে এইবাৰ বিহুগুৰি যুৱ মৰ্চাই । কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক নিমন্ত্রণ জনাই শতাধিক লোকক সম্বৰ্ধনা জনায়।যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ পৌৰোহিত্য অনুস্থিত হোৱা সভাখনত উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু,এমট'নৰ ৰাজ্যিক উপাধক্ষ ঋতুপৰ্ণ শৰ্মা, বিজেপি ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে জিলাৰ সভাপতি বিৰেণ নাথো । কৄষি থাকিলেহে বিহু থাকিব, গতিকে নৱ-প্ৰজন্মক বিহুক পৰিৱর্তনৰ ৰূপ দিবলৈ গৈ কৃষি কাৰ্যৰ পৰা আঁতৰি নাথাকিবলৈ আহ্বান ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ। আনহাতে শতাধিক ব্যয়জেষ্ঠ লোকক একোখনকৈ ফুলাম গামোছা আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় জ্যেষ্ঠসকলৰ চৰণ চুই অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখবৰ বাবে বিধায়ক গণেশ লিম্বুৰ লগতে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে জ্যেষ্ঠসকলৰ পৰা সেৱা লৈ আশীষ বিচাৰে।পিছলৈ সভালৈ অহা সন্মানীয় অতিথি,জ্যেষ্ঠসকলৰ লগতে ৰঙালী উৎসব ব'হাগৰ আজিৰ দিনটোত তৃপ্তিৰে এসাজ খাই ।

ঢেকিয়াজুলিৰ পৰা অমল নাথ প্ৰতিবেদন। Body:*_কৃষি থাকিলেহে অসমীয়া সংস্কৃতি বিহু জীয়াই থাকিব: কিশোৰ উপাধ্যায়*_

*বিহুগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা ।*

V/O:অসমীয়া পৰম্পৰা অনুযায়ী জেষ্ঠসকলক সন্মান জনোৱাৰ প্ৰচেষ্টা হাতত ল'লে এইবাৰ বিহুগুৰি যুৱ মৰ্চাই । কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক নিমন্ত্রণ জনাই শতাধিক লোকক সম্বৰ্ধনা জনায়।যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ পৌৰোহিত্য অনুস্থিত হোৱা সভাখনত উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু,এমট'নৰ ৰাজ্যিক উপাধক্ষ ঋতুপৰ্ণ শৰ্মা, বিজেপি ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে জিলাৰ সভাপতি বিৰেণ নাথো । কৄষি থাকিলেহে বিহু থাকিব, গতিকে নৱ-প্ৰজন্মক বিহুক পৰিৱর্তনৰ ৰূপ দিবলৈ গৈ কৃষি কাৰ্যৰ পৰা আঁতৰি নাথাকিবলৈ আহ্বান ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ। আনহাতে শতাধিক ব্যয়জেষ্ঠ লোকক একোখনকৈ ফুলাম গামোছা আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় জ্যেষ্ঠসকলৰ চৰণ চুই অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখবৰ বাবে বিধায়ক গণেশ লিম্বুৰ লগতে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে জ্যেষ্ঠসকলৰ পৰা সেৱা লৈ আশীষ বিচাৰে।পিছলৈ সভালৈ অহা সন্মানীয় অতিথি,জ্যেষ্ঠসকলৰ লগতে ৰঙালী উৎসব ব'হাগৰ আজিৰ দিনটোত তৃপ্তিৰে এসাজ খাই ।

ঢেকিয়াজুলিৰ পৰা অমল নাথ প্ৰতিবেদন। Conclusion:*_কৃষি থাকিলেহে অসমীয়া সংস্কৃতি বিহু জীয়াই থাকিব: কিশোৰ উপাধ্যায়*_

*বিহুগুৰিত যুৱ মৰ্চাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকক সম্বর্ধনা ।*

V/O:অসমীয়া পৰম্পৰা অনুযায়ী জেষ্ঠসকলক সন্মান জনোৱাৰ প্ৰচেষ্টা হাতত ল'লে এইবাৰ বিহুগুৰি যুৱ মৰ্চাই । কুৰি খনৰো অধিক গাঁৱৰ জ্যেষ্ঠ সকলক নিমন্ত্রণ জনাই শতাধিক লোকক সম্বৰ্ধনা জনায়।যুৱ মৰ্চাৰ সভাপতি ৰাকেশ নাথৰ পৌৰোহিত্য অনুস্থিত হোৱা সভাখনত উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বু,এমট'নৰ ৰাজ্যিক উপাধক্ষ ঋতুপৰ্ণ শৰ্মা, বিজেপি ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ লগতে জিলাৰ সভাপতি বিৰেণ নাথো । কৄষি থাকিলেহে বিহু থাকিব, গতিকে নৱ-প্ৰজন্মক বিহুক পৰিৱর্তনৰ ৰূপ দিবলৈ গৈ কৃষি কাৰ্যৰ পৰা আঁতৰি নাথাকিবলৈ আহ্বান ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ৰ। আনহাতে শতাধিক ব্যয়জেষ্ঠ লোকক একোখনকৈ ফুলাম গামোছা আৰু একোখনকৈ চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় জ্যেষ্ঠসকলৰ চৰণ চুই অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখবৰ বাবে বিধায়ক গণেশ লিম্বুৰ লগতে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে জ্যেষ্ঠসকলৰ পৰা সেৱা লৈ আশীষ বিচাৰে।পিছলৈ সভালৈ অহা সন্মানীয় অতিথি,জ্যেষ্ঠসকলৰ লগতে ৰঙালী উৎসব ব'হাগৰ আজিৰ দিনটোত তৃপ্তিৰে এসাজ খাই ।

ঢেকিয়াজুলিৰ পৰা অমল নাথ প্ৰতিবেদন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.