ETV Bharat / state

তেজপুৰত যান-বাহন চলাচলকলৈ নতুন নিৰ্দেশনা

author img

By

Published : Jun 13, 2019, 11:49 PM IST

অহা ১৫ জুন তাৰিখৰ পৰা তেজপুৰ নগৰৰ ত্ৰিবেণী পইন্টৰ পৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পইন্টলৈ থকা পথটি ‘ওৱান-ৱে’ কৰা হৈছে ।

তেজপুৰত ত্ৰিবেণীৰ পৰা চিভিল চাৰিআলিলৈ ‘ওৱান-ৱে’ ঘোষণা

তেজপুৰ,১৩ জুন: তেজপুৰ নগৰত দৈনন্দিন বাঢ়ি অহা যানবাহনৰ ফলত নগৰখনৰ যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসন,আৰক্ষী আৰু জিলা পৰিবহণ বিষয়াৰ উদ্যোগত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ১৫ জুন তাৰিখৰ পৰা তেজপুৰ নগৰৰ ত্ৰিবেণী পইন্টৰ পৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পইন্টলৈ থকা পথটি ‘ওৱান-ৱে’ কৰা হৈছে । সেই অনুসৰি ত্ৰিবেণী পইন্টৰ পৰা সকলো ধৰণৰ বাহন তেজপুৰ নগৰ তথা হাস্পিতাল চাৰিআলি হৈ সোমাব পাৰিব যদিও কনকলতা হাস্পিতাল চাৰিআলিৰ পৰা ত্ৰিবেণী অভিমুখে কোনা ধৰণৰ বাহন যাব নোৱাৰিব বুলি জিলা পৰিবহণ বিষয়াই এক বিজ্ঞপ্তি যোগে জনাইছে ।

তেজপুৰত ত্ৰিবেণীৰ পৰা চিভিল চাৰিআলিলৈ ‘ওৱান-ৱে’ ঘোষণা

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰীৰ নৱমখন চাৰ্জশ্বীট দাখিল

এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা জিলা প্ৰশাসনৰ তৰফৰ পৰা কামনা কৰা হৈছে ।

Intro:
তেজপুৰ,১৩ জুন : তেজপুৰত ত্ৰিবেণীৰ পৰা চিভিল চাৰিআলিলৈ ‘ওৱান-ৱে’ ঘোষণা :
তেজপুৰ, ১৩জুন ২০১৯ : তেজপুৰ নগৰত দৈনন্দিন বাঢ়ি অহা যানবাহনৰ ফলত নগৰখনৰ যানজতৰ সমস্যা লাঘৱ কৰাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু জিলা পৰিবহন বিষয়াৰ উদ্যোগত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ১৫ জুন তাৰিখৰ পৰা তেজপুৰ নগৰৰ ত্ৰিবেণী পইন্টৰ পৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পইন্টলৈ থকা পথটি ‘ওৱান-ৱে’ কৰা হৈছে। সেই অনুসৰি ত্ৰিবেণী পইন্টৰ পৰা সকলো ধৰণৰ বাহন তেজপুৰ নগৰ তথা হাস্পিটাল চাৰিআলি হৈ সোমাব পাৰিব যদিও কনকলতা হাস্পিটাল চাৰিআলিৰ পৰা ত্ৰিবেণী অভিমূখে কোনা ধৰণৰ বাহন যাব নোৱাৰিব বুলি জিলা পৰিবহণ বিষয়াই এক বিজ্ঞপ্তি যোগে জনাইছে। এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা জিলা প্ৰশাসনৰ তৰফৰ পৰা কামনা কৰা হ’ল।Body:প্ৰনৱ কুমাৰ দাস Conclusion:তেজপুৰ
১৩/৬/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.