ETV Bharat / state

অসম আৰক্ষীৰ ৰদ-বদল

অসম আৰক্ষীৰ ১২জন আৰক্ষী অধীক্ষকক ৰদবদল

assam police
অসম আৰক্ষীৰ ৰদ-বদল
author img

By

Published : Dec 13, 2019, 11:19 PM IST

নিউজ ডেস্ক , 13 ডিচেম্বৰ : অসম আৰক্ষীৰ ৰদ-বদল ৷ অসম আৰক্ষীৰ ১২জনকৈ আৰক্ষী অধীক্ষকক ৰদবদল ৷ সিংহৰাম মিলি বঙাইগাঁৱৰ নতুন আৰক্ষী অধীক্ষক ৷ মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়ক নৱম আৰক্ষী বেটেলিয়নলৈ বদলি ৷ মাজুলীৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান অৰ্পণা এনক ৷ নৱম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট ৰাজমোহনক বদল ৷ ৰাজমোহনক DCP(অভিযান) হিচাপে বদলি কৰা হয় ৷

আনহাতে, লক্ষীমপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি ৰাজৱীৰক ৷ হৰেকৃষ্ণ নাথক বদলি কৰা হয় ২য় বেটেলিয়নলৈ ৷ সুবোধ সোণোৱালক ৰেলৱে' আৰক্ষীলৈ বদলি কৰা হয় ৷ কৰিমগঞ্জৰ নতুন আৰক্ষী অধীক্ষক সঞ্জয় কৃষ্ণা ৷ পূৰ্বে শোণিতপুৰত কৰ্মৰত আছিল সঞ্জয় কৃষ্ণা ৷ শোণিতপুৰৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি মুগ্ধজ্যোতি মহন্তক ৷ তাৰোপৰি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ক বদলি কৰা হয় শিলচৰলৈ ৷

আৰু পঢ়ক : সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আৰক্ষীৰ

Intro:Body:

#Breaking

অসম আৰক্ষীৰ ৰদ-বদল

সিংহৰাম মিলি বঙাইগাঁৱৰ নতুন SP

অসম আৰক্ষীৰ ১২জন SPক ৰদবদল

মাজুলীৰ নতুন SP হিচাপে নিযুক্তি অৰ্পণা এনক

মাজুলীৰ SP হিতেশ ৰয়ক নৱম আৰক্ষী বেটেলিয়নলৈ বদলি

৯ম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেন্ট ৰাজমোহনক বদল

ৰাজমোহনক DCP(অভিযান) হিচাপ বদলি

লক্ষীমপুৰৰ নতুন SP ৰাজৱীৰ

হৰেকৃষ্ণ নাথক ২য় বেটেলিয়নলৈ বদলি

সুবোধ সোণোৱালক ৰেলৱে আৰক্ষী লৈ বদলি

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.