ETV Bharat / state

বালিপাৰাত চিলনী চোৰৰ তাণ্ডৱ

বাইকত আহি দুটা চোৰে লেবেন বসুমতাৰীৰ পৰা টকাৰ বেগটো লৈ উধাও হয় ৷

author img

By

Published : May 28, 2019, 4:38 PM IST

বালিপৰাত চিলনী চোৰৰ তাণ্ডৱ

ৰঙাপৰা , 28 মে': শোনিতপুৰ জিলাৰ বালিপাৰাত চিলনী চোৰৰ সন্ত্ৰাস ৷ বালিপৰাৰ চেন্ট্ৰেল বেংকৰ পৰা চাৰিদুৱাৰৰ লেবেন বসুমতাৰী নামৰ এজন ব্যক্তিৰ পৰা চোৰে লুট কৰি নিয়ে 5 লাখ টকা ৷

বালিপৰাত চিলনী চোৰৰ তাণ্ডৱ

বসুমতাৰীয়ে বেংকৰ পৰা 5 লাখ টকা উলিয়াই অনাৰ সময়তে আদবাটত বাইকত অহা দুটা চোৰে টকাৰ বেগটো কাঢ়ি লৈ উধাও হয় ৷ যোৱা কিছুদিন ধৰি বালিপাৰাত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই আহিছে যদিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Intro:বালিপৰাত চিলনী চোৰে লুটি নিলে ৫ লাখ টকা।
Body:শোনিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস।বালিপৰাৰ চেন্ট্ৰেল বেংকৰ পৰা চাৰিদুৱাৰৰ লেবেন বসুমতাৰী নামৰ এজন লোকে ৫ লাখ টকা উলিয়াই আনোতেই আদবাটতে বাইকত অহা দুটা চিলনী চোৰে টকাৰ বেগটো কাঢ়ি লৈ উধাও হয়।উল্লেখ্য যে কিছুদিন ধৰি বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পাই আহিছে যদিও আৰক্ষীয়ে কোনোধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ কৰিছে ৰাইজে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.