ETV Bharat / state

তেজপুৰৰ যুৱকে লিচু খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

author img

By

Published : May 28, 2022, 10:20 PM IST

অকল লিচু খেতিয়েই নহয় বিভিন্ন শাক পাচলিৰ খেতি কৰিও আৰ্থিক ভাৱে টনকিয়াল হৈছে তেজপুৰৰ এইসকল উদ্যমী যুৱক । চৰকাৰী চাকৰিৰ ওপৰত ভৰসা নকৰি নিজাববীয়াকৈ লোৱা এই প্ৰচেষ্টাৰ বাবে কিন্ত স্থানীয় কৃষি বিভাগে কোনোধৰণৰ সহায় আগ বঢ়োৱাৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে যুৱক কেইজনে ।

তেজপুৰৰ যুৱকে লিচু খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন
তেজপুৰৰ যুৱকে লিচু খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

তেজপুৰ, 28 মে': তেজপুৰ গঢ় দৌলৰ এদল উদ্যমী যুৱকে লিচু খেতিৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । যুৱকৰ দলটোৱে কোনোধৰণৰ চৰকাৰী সহায়ৰ অবিহনে সমবায় ভিত্তিত উৎপাদন কৰিছে বিভিন্ন জাতৰ লিচু আৰু পথ মুকলি কৰিছে উপাৰ্জনৰ ।

অকল লিচু খেতিয়েই নহয় বিভিন্ন শাক পাচলিৰ খেতি কৰিও আৰ্থিক ভাৱে টনকিয়াল হৈছে এইসকল উদ্যমী যুৱক । চৰকাৰী চাকৰিৰ ওপৰত ভৰসা নকৰি নিজাববীয়াকৈ লোৱা এই প্ৰচেষ্টাৰ বাবে কিন্ত স্থানীয় কৃষি বিভাগে কোনোধৰণৰ সহায় আগ বঢ়োৱাৰ নাই বুলি অভিযোগ উত্থাপন কৰিছে যুৱক কেইজনে । ইলাচী, বোম্বে আৰু স্থানীয় প্ৰজাতিৰ লিচু বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ।

তেজপুৰৰ লিচুৰ এক সুকীয়া পৰিচয় আছে ৷ তাৰ মাজতে তেজপুৰৰ যুৱকসকলে নিজাববীয়াকৈ কৰা এই প্ৰচেষ্টাত স্থানীয় ৰাইজ অভিভূত হৈছে । এই উদ্যমী যুৱকৰ দলটোৱে পথাৰ আৰু বজাৰ দুয়োটাই দখল কৰিবলৈ সক্ষম হৈছে যদিও উন্নতমানৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে ৰাজ্যৰ কৃষি বিভাগে যিধৰণে বাট দেখুৱাব লাগিছিল সেয়া যেন হৈ উঠা নাই । এইবাৰ মুঠ 40 জোপা লিচুৰ পৰা ডেৰ লাখ টকা উপাৰ্জনৰ পথ প্ৰশস্ত হৈ পৰা বুলি জানিব দিয়ে উদ্যমী যুৱকৰ দলটোৱে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.