তেজপুৰ, 18 ডিচেম্বৰ: তেজপুৰ আঞ্চলিক ছাত্র সন্থা আৰু জিলা ছাত্র সন্থাৰ নেতৃত্বত তেজপুৰ মিছন চাৰিআলিৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ আহে এক বৃহৎ প্ৰতিবাদী সমদল ৷ 144 ধাৰা অব্যাহত থকাৰ সময়তে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহাৰ বাবে প্ৰতিবাদকাৰীসকলক জিলা দণ্ডাধীশ পংকজ চামুৱাৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আটক কৰি ৰাখি থয় তেজপুৰ নেহেৰু মৈদানত ৷ পিচত অৱশ্যে আটাইকে এৰি দিয়ে ৷
লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত ৰণজিৎ দাসৰ প্ৰথম প্ৰতিক্ৰিয়া