ETV Bharat / state

কৃষকৰ পিছত আৰম্ভ হৈছে চিকিৎসকৰ প্ৰতিবাদ - central council of Indian medicine notification

কেন্দ্ৰীয় চৰকাৰে আয়ু্ৰ্বেদ শিক্ষা বিধানৰ সংশোধনী ঘটাই আয়ুৰ্বেদিক চিকিৎসক সকলক এক দীঘলীয়া তালিকাৰে আধুনিক শল্য চিকিৎসাৰ অন্তৰ্গত অস্ত্ৰোপচাৰ সমুহ স্বাধীন ভাৱে কৰাৰ পথ সুচল কৰি দিছে ৷

tezpur-doctors-protest
কৃষকৰ পিছত আৰম্ভ হৈছে চিকিৎসকৰ প্ৰতিবাদ
author img

By

Published : Dec 8, 2020, 6:56 PM IST

তেজপুৰ,৮ ডিচেম্বৰ : কৃষকৰ পিছত আৰম্ভ হৈছে চিকিৎসকৰ বিদ্ৰোহ ৷ কৃষকে দিল্লীৰ মচনদ কপাই তোলাৰ সময়তে সমগ্ৰ দেশৰ লগতে তেজপুৰতো কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন central council of Indian medicine notification ৰ বিৰূদ্ধে হাতৰ বেনাৰ ফেস্টুন লৈ ভাৰতীয় চিকিৎসা সন্থাৰ উদ্যোগত চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ আধুনিক শল্য চিকিৎসা আৰু আয়ুৰ্বেদ চিকিৎসাৰ সংযুক্তকৰণৰ বিৰূদ্ধে চিকিৎসক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

কৃষকৰ পিছত আৰম্ভ হৈছে চিকিৎসকৰ প্ৰতিবাদ

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে আয়ু্ৰ্বেদ শিক্ষা বিধানৰ সংশোধনী ঘটাই আয়ুৰ্বেদিক চিকিৎসক সকলক এক দীঘলীয়া তালিকাৰে আধুনিক শল্য চিকিৎসাৰ অন্তৰ্গত অস্ত্ৰোপচাৰ সমুহ স্বাধীন ভাৱে কৰাৰ পথ সুচল কৰি দিছে ৷

লগতে পঢ়ক: চিকিৎসা বিশেষজ্ঞৰ তিনিজনীয়া দলক ইলুৰুলৈ প্ৰেৰণ কৰিলে কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.