ETV Bharat / state

তেজপুৰত বিদ্যুৎ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী - বিদ্যুত বিভাগৰ মাণ্ডলিক কাৰ্যালয়

বিদ্যুৎ সংশোধনী বিল 2020ৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত ৷ তেজপুৰতো ইয়াৰ বিৰোধিতাৰে সৰৱ হৈ উঠিল শক্তি বিভাগৰ কৰ্মচাৰী ৷ শক্তি বিভাগৰ মাণ্ডলিক কাৰ্যালয়ত কৰ্মচাৰী সকলৰ ১ ঘন্টা জোৰা অনশন । ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷

Tezpur apdcl council protest
তেজপুৰত বিদ্যুৎ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jun 1, 2020, 3:59 PM IST

তেজপুৰ,1 জুনঃ তেজপুৰত শক্তি বিভাগৰ মাণ্ডলিক কাৰ্যালয়ত কৰ্মচাৰী সকলৰ ১ ঘন্টা জোৰা অনশন ৷ ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে।

তেজপুৰত বিদ্যুৎ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
ভাৰত চৰকাৰে খচৰা বিদ্যুত বিধেয়ক ২০২০ প্ৰস্তুত কৰি ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে,যি খন বিলৰ খচৰাই অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ উত্তৰসুৰী তিনিটা কোম্পানী ক্ৰমে অসম শক্তি উৎপাদন বিতৰণ নিগম লিমিটেড,অসম বিদ্যুত সংবহন নিগম আৰু অসম শক্তি বিতৰণ কোম্পানীৰ উপভোক্তাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে কৰ্মচাৰী সকলে ।এ পি ডি চি এলক ফ্ৰেইনচাইজিৰ নামত ব্যক্তিগতকৰণ কৰি ব্যক্তি বিশেষক মুনাফা অৰ্জনৰ সুবিধা কৰি দিয়াৰ অভিযোগ তুলি অহা 5 জুন সময় সীমা হিচাপে নিৰ্ধাৰণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে অসম ষ্টেট পাৱাৰ ৱকাৰ্ছ ইউনিয়নে ।

লগতে পঢ়কঃজৰাসৰ নৈৰ গৰাখহনীয়াত জাহ গ'ল বিশাল কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.