ETV Bharat / state

ৰঙাপৰাত স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপঃ ৰে'লৰ পথৰ কাষত জাৱৰৰ দম - ৰঙাপৰাত স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশত স্বচ্ছতাৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনোৱা সময়তে ৰঙাপৰাত দেখা গ'ল স্বচ্ছ ভাৰত অভিযানৰ সম্পূৰ্ণ এক বিপৰীত ছবি।

ৰে'লৰ পথৰ কাষত জাৱৰৰ দম
author img

By

Published : Oct 3, 2019, 11:03 AM IST

Updated : Oct 3, 2019, 12:13 PM IST

ৰঙাপৰা, 3 অক্টোবৰঃ 2 অক্টোবৰ দিনটোত সমগ্ৰ দেশতেই জাতিৰ পিতা মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্ম-জয়ন্তী উদযাপন কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল যে সমগ্ৰ দেশত স্বচ্ছতাৰ আন্দোলন গঢ়ি তুলিব লাগে। সেই অনুসৰি গান্ধীৰ জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি মঙলবাৰে ৰঙাপৰাত ৰঙাপৰা পৌৰসভাই স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত এক কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰে'লৰ পথৰ কাষত জাৱৰৰ দম

উক্ত কাৰ্যসূচীত ৰঙাপৰা পৌৰসভাৰ সভানেত্ৰী মিঠু পাল, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰা, ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া বুধিন পেগুৰ লগতে সকলো কৰ্মচাৰী, ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে হাতে হাতে ঝাড়ু লৈ পথৰ দুয়োকাষে চাফ-চিকুণ কৰি প্লাষ্টিক জাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যায় আৰু নিৰ্দিষ্ট স্থানত অস্থায়ী ভাৱে স্থাপন কৰা ডাষ্টবিনত পেলায় দিয়ে। এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু তেনে সময়তে ৰঙাপৰাত দেখা গ'ল স্বচ্ছ ভাৰত অভিযানৰ সম্পূৰ্ণ এক বিপৰীত ছবি। জাৱৰৰ দ'ম আৰু দুৰ্গন্ধময় পৰিৱেশৰ দৃশ্যৰে ই-টিভি ভাৰত অসমৰ এক প্ৰতিবেদন ৷ চাওঁক এই ভিডিঅ'

Intro:ৰঙাপৰা স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপঃ ৰেলৰ পথৰ কাষত জাৱৰৰ দমBody:২ অক্টোবৰ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম-জয়ন্তী সমগ্ৰ দেশতেই উদযাপন কৰে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছিল যে আজিৰ দিনটোৰ পৰা সমগ্ৰ দেশত স্বচ্ছতাৰ আন্দোলন গঢ়ি তুলিব লাগে। সেই অনুসৰি গান্ধীৰ জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি কালি ৰঙাপৰাত ৰঙাপৰা পৌৰসভাখনে স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত এক কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত ৰঙাপৰা পৌৰসভাৰ সভানেত্ৰী মিঠু পাল, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড০ সূৰ্যকমল বৰা, ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া বুধিন পেগুৰ লগতে সকলো কৰ্মচাৰী, ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে হাতে হাতে ঝাড়ু লৈ পথৰ দুয়োকাষে চাফ-চিকুণ কৰি প্লাষ্টিক জাতীয় আৱৰ্জনাবোৰ বুটলি লৈ যায় আৰু নিৰ্দিষ্ট স্থানত অস্থায়ী ভাৱে স্থাপন কৰা ডাষ্টবিনত পেলায় দিয়ে। কিন্তু এইখিনিলৈকে সকলো ঠিকেই আছে। ৰঙাপৰাত স্বচ্ছ ভাৰত অভিযানৰ সম্পূৰ্ণ এক বিপৰীত ছবি। জাৱৰৰ দ'ম আৰু দুৰ্গন্ধময় পৰিৱেশ দৃশ্যৰ ই-টিভি ভাৰত অসমৰ এক প্ৰতিবেদন।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
Last Updated : Oct 3, 2019, 12:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.