ETV Bharat / state

অৰুণাচল প্ৰদেশৰ কমলা নদীত সন্ধানহীন ছাত্ৰক বিচাৰি NDRF ৰ উদ্ধাৰ অভিযান

অসমৰ নামনিৰ ফালে ছাত্ৰজন উটি অহাৰ শংকা প্ৰকাশ কৰি আজি আন এক অভিযান চলাই এন ডি আৰ এফৰ দলে ৷ আনহাতে, পাহাৰীয়া প্ৰদেশখনত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নদীৰ পানীৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত হোৱা বুলি প্ৰকাশ কৰে এন ডি আৰ এফৰ এগৰাকী বিষয়াই ৷

Student missing in Kamala river of Arunachal Pradesh
অৰুনাচল প্ৰদেশৰ কমলা নদীত সন্ধানহীন ছাত্ৰক বিচাৰি NDRF ৰ উদ্ধাৰ অভিযান
author img

By

Published : May 25, 2020, 10:33 AM IST

তেজপুৰ,25মে': অৰুণাচল প্ৰদেশৰ কমলা জিলাৰ কমলা নদীত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ ৰাঘাৰ মিমাৰ গাঁৱৰ গোচাম ৰাডাৰ নামৰ এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হৈ আছে কমলা নদীত ৷ তাকে লৈ কেইবাদিন ধৰি এন ডি আৰ এফৰ এটা দলে চলাই আছে অভিযান ৷ কিন্তু বৰ্তমানেও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰজনৰ ৷

অৰুণাচল প্ৰদেশৰ কমলা নদীত সন্ধানহীন ছাত্ৰক বিচাৰি NDRF ৰ উদ্ধাৰ অভিযান

ইপিনে অসমৰ নামনিৰ ফালে ছাত্ৰজন উটি অহাৰ শংকা প্ৰকাশ কৰি আজি আন এক অভিযান চলাই এন ডি আৰ এফৰ দলটোৱে ৷ আনহাতে, পাহাৰীয়া প্ৰদেশখনত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নদীৰ পানীৰ প্ৰৱল সোঁতৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত হোৱা বুলি প্ৰকাশ কৰে এন ডি আৰ এফৰ এগৰাকী বিষয়াই ৷ ইয়াৰ লগতে এন ডি আৰ এফৰ দলে ছাত্ৰজনৰ সন্ধানত যোৱা কেইবাদিনো ধৰি গোগামুখৰ সোৱণশিৰি নদীতো তীব্ৰ অভিযান চলাই থকাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.