ETV Bharat / state

বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাঃ কেইবাটাও বাসগৃহৰ ক্ষতি সাধন - বালিপৰা

দেওবাৰে পুৱা প্ৰায় ৯ বজাত হঠাৎ অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাঁৱত ।

বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাঃ কেইবাটাও বাসগৃহৰ ক্ষতি সাধন
author img

By

Published : Jun 9, 2019, 8:51 PM IST

ৰঙাপৰা, 9 জুন: শোণিতপুৰ জিলাৰ বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাই অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে । দেওবাৰে পুৱা প্ৰায় ৯ বজাত হঠাৎ অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাঁৱত । প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে গাঁওখনৰ ছয়টা পৰিয়ালৰ বাসগৃহৰ টিনপাত । গাঁওখনৰ নিৱাসী অমূল্য দাস, সুনিল ৰায়, ৰমেশ শৰ্মা, জয়পদ মণ্ডল, দিলীপ মনি দাস আৰু দিপালী মণ্ডলৰ বাসগৃহ কেইটা ধুমুহাই ক্ষতিগ্ৰস্ত কৰাত দৰিদ্ৰ পৰিয়াল কেইটাৰ থাকিবলৈ গৃহহীন হৈ পৰিছে ।

লগতে পঢ়ক: থলুৱা উদ্যোগীলৈ 75 শতাংশ ৰাজসাহাৰ্য্য দিব কেন্দ্ৰীয় চৰকাৰেঃ ৰামেশ্বৰ তেলী

ইফালে ধুমুহাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিয়াল কেইটাৰ সদস্য সকল ।

Intro:বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাঃ কেইবাটাও বাসগৃহৰ ক্ষতি সাধনBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ চিলনীত প্ৰচণ্ড ধুমুহাই অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে। আজি পুৱা প্ৰায় ৯ বজাত হঠাৎ অহা এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতি সাধন কৰে চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰা বুঢ়াগাঁৱত। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে গাঁওখনৰ ছয়টা পৰিয়ালৰ বাসগৃহৰ টিনপাত। গাঁওখনৰ নিৱাসী অমূল্য দাস, সুনিল ৰায়, ৰমেশ শৰ্মা, জয়পদ মণ্ডল, দিলীপ মনি দাস আৰু দিপালী মণ্ডলৰ বাসগৃহ কেইটা ধুমুহাই ক্ষতিগ্ৰস্ত কৰাত দৰিদ্ৰ পৰিয়াল কেইটাৰ থাকিবলৈ গৃহহীন হৈ পৰিছে। ইফালে ধুমুহাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিয়াল কেইটাৰ সদস্য সকল।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.