ETV Bharat / state

তেজপুৰ ডিটেনচন কেম্প পৰ্যবেক্ষণ বিশেষ পৰ্যালোচনা সমিতিৰ

অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ডিটেনচন কেম্পত থকা লোকসকলৰ পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা বিশেষ পৰ্যালোচনা সমিতিয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনচন কেম্প পৰিদৰ্শন কৰে ৷ আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জীয়ে কয় যে, আজিৰে পৰা এই পৰ্যবেক্ষণ আৰম্ভ হৈছে ,বিশেষকৈ এই পৰ্যবেক্ষণত লোকসকলৰ তথা শিশু সকলৰ শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আলোকপাত কৰা হয় ৷

Special Review team visit Tezpur Central Jail Detention Camp
author img

By

Published : Nov 2, 2019, 6:48 PM IST

তেজপুৰ, 2 নৱেম্বৰঃ অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ৰাজ্যখনৰ বিভিন্ন জিলাত অৱস্থিত ডিটেনচন কেম্পত থকা লোকসকলৰ পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে গঠন কৰা বিশেষ পৰ্যালোচনা সমিতিয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনচন কেম্প পৰিদৰ্শন কৰে ৷ সমিতিৰ সভাপতি তথা আৰক্ষী উপ মহাপৰিদৰ্শক(সীমান্ত) ডি মুখাৰ্জীৰ লগত আৰক্ষী মহাপৰিদৰ্শক (কাৰাগাৰ) বৰ্ণালী শৰ্মা, অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ এইচ সিং ,এ আই জি (কাৰাগাৰ) ,দি শইকীয়া সমন্বিতে অন্যান্য মুঠ ৭ জনীয়া দল উপস্থিত হৈ ডিটেনচন কেম্পত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় ৷

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জীয়ে কয় যে, আজিৰে পৰা এই পৰ্যবেক্ষণ আৰম্ভ হৈছে ৷ বিশেষকৈ এই পৰ্যবেক্ষণত লোকসকলৰ তথা শিশু সকলৰ শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আলোকপাত কৰা হয় ৷ আনহাতে, যি সকল লোকৰ ইতিমধ্যে ৩ বছৰ সময় উকলি গৈছে চৰকাৰে তেখেতসকলক বিতাৰণ কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেখতে এই বিষয়ে আলোচনা চলি থকা বুলি ব্যক্ত কৰে ৷

আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী

উল্লেখ্য যে, এই পৰ্যন্ত তেজপুৰ ডিটেনচন কেম্পত প্ৰায় ৭৪ জন বিতাৰণ কৰিবলগীয়া বন্দী আছে ৷

Intro:তেজপুৰ,২ নৱেম্বৰ: অসম চৰকাৰৰ এক অধিসূচনা অনুসৰি ৰাজ্য খনৰ বিভিন্ন জিলাত অৱস্থিত ডিটেনস্বন কেম্পত থকা লোক সকলৰ পৰিস্থিতি পৰ্যবেক্ষণ ৰ বাবে গঠন কৰা বিশেষ পৰ্যালোচনা সমিতি আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰস্থিত ডিটেনস্বন কেম্প পৰিদৰ্শন কৰে ।
সমিতিৰ সভাপতি তথা আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী ৰ লগত আৰক্ষী মহাপৰিদৰ্শক (কাৰাগাৰ) বৰ্ণালী শৰ্মা, অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ এইচ সিং ,এ আই জি (কাৰাগাৰ) ,দি শইকীয়া সমন্বিতে অন্যান্য মুঠ ৭ জনীয়া দল উপস্থিত হৈ ডিটেনস্বন কেম্পত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় ।

Body:সমিতিৰ সভাপতি তথা আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী ৰ লগত আৰক্ষী মহাপৰিদৰ্শক (কাৰাগাৰ) বৰ্ণালী শৰ্মা, অৱসৰ প্ৰাপ্ত জিলা ন্যায়াধীশ এইচ সিং ,এ আই জি (কাৰাগাৰ) ,দি শইকীয়া সমন্বিতে অন্যান্য মুঠ ৭ জনীয়া দল উপস্থিত হৈ ডিটেনস্বন কেম্পত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় ।
আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জীয়ে কয় যে আজিৰে পৰা এই পৰ্যবেক্ষণ আৰম্ভ হৈছে , বিশেষকৈ লোকসকলৰ শিশু সকলৰ শিক্ষা প্ৰদান কৰা ক্ষেত্ৰত আলোকপাত কৰে । এই সমগ্ৰ বিষয় বিশেষ কৈ যি সকলৰ ইতিমধ্যে ৩ বছৰ সময় উকলি গৈছে চৰকাৰে বিতাড়ণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব বিচৰাত তেওঁ কয় যে এই বিষয়ে আলোচনা চলি আছে ।

Bite: আৰক্ষী উপ মহাপৰিদৰ্শক (সীমান্ত) ডি মুখাৰ্জী ।

Conclusion:উল্লেখযোগ্য যে তেজপুৰ ডিটেনস্বন কেম্পত প্ৰায় ৭৪ জন বিতাড়ণ কৰিব লগীয়া লোক আছে কিন্তু এই সকলৰ সময় উকলি যোৱাৰ পিছতো বৰ্তমানলৈকে সীমান্ত আৰক্ষী ৰ হেমাহীৰ বাবে এইদৰে আছে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ উত্থাপিত কৰাক লৈ মুখাৰ্জীয়ে এই বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২/১১/১৯

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.