ETV Bharat / state

শোণিতপুৰৰ বালিজুৰিত ভোটাৰ সজাগতা অনুষ্ঠান - SONITPUR

লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ভোটাৰ সকলক সজাগ কৰাৰ উদ্দেশ্যে তৎপৰ হৈ পৰিছে ৰাজ্যৰ জিলা প্ৰশাসন ৷ মঙলবাৰে শোণিতপুৰৰ চতিয়া বিধানসভা সমষ্টিত জিলা প্ৰশাসনৰ সাধাৰণ ৰাইজে কিদৰে ভোটদান কৰিব সেই সম্বন্ধে এক বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷

শোণিতপুৰৰ বালিজুৰিত নিৰ্বাচনী সজাগতা
author img

By

Published : Apr 3, 2019, 2:13 AM IST

তেজপুৰ ,২ এপ্ৰিল: তেজপুৰ লোক সভা সমষ্টিত অহা 11 এপ্ৰিলত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰক সজাগ কৰি তুলিবৰ বাবে তেজপুৰ জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ ।

ETV BHARAT
শোণিতপুৰৰ বালিজুৰিত নিৰ্বাচনী সজাগতা
এখন সুস্থ সৱল গণতন্ত্ৰ গঢ় দিয়াৰ বাবে প্ৰতিজন নাগৰিকে কি দৰে ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তুলিব পাৰি তাৰ বিষয়ে জনসাধাৰণক সজাগকৰি তোলা হয় । উল্লেখ্যযেমঙলবাৰে চতিয়া বিধান সভা সমষ্টিৰনদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি সাপ্তাহিক বজাৰত SVEEP কোষৰ উদ্যোগত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বাটৰ নাট মঞ্চস্থ কৰা হয় । মঙলবাৰেঅনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত ই ভি এম, ভি ভি পেডৰ জৰিয়তে কি দৰে ভোটাৰে ভোটদান কৰিব পাৰি সেই বিষয়ে উপস্থিত ৰাইজৰ প্ৰতি বক্তব্য আগবঢ়ায় সহকাৰী আয়ুক্ত অন্তৰা সেন, নম্ৰতা দাস আৰুশিল্পীশিখা ঠাকুৰীয়াই ।

নিৰ্বাচনী সজাগতা শোনিতপুৰৰ বালিজুৰিত 

তেজপুৰ ,২ এপ্ৰিল: তেজপুৰ লোক সভা সমষ্টিত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰক সজাগ কৰি তুলিবৰ বাবে তেজপুৰ জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ কৰিছে কেতবোৰ বিশেষ পদক্ষেপ। এখন সুস্থ সৱল গণতন্ত্ৰ গঢ় দিয়াৰ বাবে প্ৰতিজন নাগৰিকে কি দৰে ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়া অধিক শক্তিশালী কৰি তুলিব পাৰি তাৰ বিষয়ে  জনসাধাৰণক সজাক কৰি তোলা হয়। উলেক্ষ্য যে অাজি চতিয়া বিধান সভা সমষ্টিৰ  নদুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি সাপ্তাহিক বজাৰত SVEEP কোষৰ উদ্যোগত বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বাটৰ নাট মঞ্চস্থ কৰা হয়। অাজি অনুষ্ঠিত হোৱা এই সজাগতা অনুষ্ঠানত ই ভি এম, ভি ভি পেডৰ জৰিয়তে কি দৰে ভোটাৰে ভোটদান কৰিব পাৰি সেই বিষয়ে উপস্থিত ৰাইজৰ প্ৰতি বক্তব্য অাগবঢ়ায় সহকাৰী অায়ুক্ত অন্তৰা সেন, নম্ৰতা দাস অাৰু শিল্পীশিখা ঠাকুৰীয়া ই ।

Click 'Download images' to view images

Get your files
 
7 files
20190303022037_MVI_7031.MP4
20190303013935_MVI_6973.MP4
20190303015553_MVI_7001.MP4
20190303015053_MVI_6995.MP4
20190303021239_MVI_7017.MP4
+ 2 more

To make sure our emails arrive, please add noreply@wetransfer.com to your contacts.

About WeTransfer   ・   Help   ・   Legal   ・   Report this transfer as spam
                                                           
For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.