ETV Bharat / state

ৰঙাপৰাত দিন দুপৰতে জ্বলে ষ্ট্ৰীট লাইট - Street Light

ৰঙাপাৰা পৌৰ নিগমৰ কোনো হেমাহিত ক্ষুব্ধ স্থানীয় ৰাইজ

ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰিট লাইট
author img

By

Published : Mar 28, 2019, 11:46 AM IST

তেজপুৰ, ২৮ মাৰ্চঃশোণিতপুৰৰ ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰীট লাইট । যি সময়ত ৰঙাপৰাৰ একাংশ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে তেনে সময়তে নগৰখনৰ মাজ মজিয়াত পথৰ ষ্ট্ৰীট লাইটবোৰ দিন দুপৰতে জ্বলি থকাত চকু কপাঁলত উঠিছে সচেতন ৰাইজৰ ।

ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰিট লাইট

উল্লেখযোগ্য যে নগৰখনত থকা ষ্ট্ৰীটলাইটৰ বিল ৰঙাপৰা পৌৰসভাই ২৩,৬৪৮ টকা ৰঙাপৰা উপ সংমণ্ডল কাৰ্যালয়ত পৰিশোধ নকৰাত বিভাগটোৱে বিদ্যুৎ সংযোগ কৰ্তনো কৰিছিল । কিন্তু এইদৰে দিনতে ষ্ট্ৰীট লাইটবোৰ জ্বলি থকাত ৰাজ্যত বিদ্যুৎ অপচয় হোৱাৰ লগতে ৰঙাপাৰা পৌৰ নিগমেগুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

Intro:ৰঙাপৰাত দিনতে জ্বলি থাকে ষ্ট্ৰিক লাইটঃ বিদ্যুৎ অপব্যৱহাৰBody:ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰাত দিন দুপৰতে জ্বলি থাকে ষ্ট্ৰিক লাইট। যি সময়ত ৰঙাপৰাৰ একাংশ ৰাইজে বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে তেনে সময়ত নগৰখনৰ মাজ মজিয়াত থকা পথৰ ষ্ট্ৰিকবোৰ দিন দুপৰতে জ্বলি থকাত বিদ্যুৎ অপচয় হৈ আহিছে। নগৰখনত থকা ষ্ট্ৰিক লাইটৰ বিল ৰঙাপৰা পৌৰসভাই ২৩,৬৪৮ টকা ৰঙাপৰা উপ সংমণ্ডল কাৰ্যালয়ত পৰিশোধ নকৰাৰত বিভাগটোয়ে বিদ্যুৎ সংযোগ কৰ্তন কৰিছিল।ৰঙাপৰা পৌৰসভাৰ কাৰ্য্যৱাহী বিষয়া আৰু সভানেত্ৰী গৰাকীয়ে চেকযোগে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক কাৰ্যালয়ৰ বিলকে ধৰি মুঠ ১ লাখ ২০ হাজাৰ ২৬২ টকা বিল পৰিশোধ কৰাত পুনৰ বিদ্যুৎ সংযোগ কৰে। এইদৰে দিনতে ষ্ট্ৰিক লাইটবোৰ জ্বলি থকাৰ পাছতো গা লৰা নাই।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.