ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ

author img

By

Published : Dec 23, 2019, 7:09 PM IST

সমাৰোহত 1275 গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ
তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ

তেজপুৰ, 23 ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাৱর্তন সমাৰোহ ৷ সমাৰোহত 1275 গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে ৷ ইয়াৰ ভিতৰত 82 গৰাকীক পি এইচ ডি, 749 গৰাকীক স্নাতকোত্তৰ, 402 গৰাকীক স্নাতক আৰু 42 গৰাকীক ডিপ্লোমা প্ৰদান কৰে ৷ ইয়াৰোপৰি 46 গৰাকী শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰা হয় ৷

সমাৱৰ্তন সমাৰোহত প্ৰফেছৰ জগদীশ মুখীয়ে তেওঁৰ ভাষণত কয় যে, উচ্চ শিক্ষাই আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক বিকাশ আৰু ৰাজনৈতিক সুস্থিৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয় ৷ লগতে বিশ্ববিদ্যালয় খনত অসমীয়া ভাষাৰ বিভাগ আৰম্ভ কৰি অসমৰ ভাষা সংস্কৃতিৰ ঐতিহ্য সমৃদ্ধিৰ ক্ষেত্ৰত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷ অনুষ্ঠানত মুখ্য অতিথি বিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ধীৰেন্দ্ৰ পাল সিং

লগতে পঢ়ক: গুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি

Intro:তেজপুৰ:তেজপুৰ বিশ্ববিদ্যালয়ৰ সপ্তদশ সমাবর্তন সমাৰোহ অনুষ্ঠান ত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখীয়ে মুঠ 1275 জন ছাত্ৰ ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰে ।

Body:ইয়াৰ ভিতৰত ৮২ জন পি এইচ ডি, ৭৪৯ জন স্নাতকোত্তৰ, ৪০২ জন স্নাতক আৰু ৪২ জনক ডিপ্লোমা প্ৰদান কৰে । ইয়াৰ ভিতৰত ৪৬ ছাত্ৰ ছাত্ৰীক বিভিন্ন বিষয়ত সোণৰ পদক আগবঢ়োৱা হয় ।
প্ৰফেছৰ মুখীয়ে তেওঁৰ ভাষণত কয় যে উচ্চ শিক্ষাই আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়ন সামাজিক বিকাশ আৰু ৰাজনৈতিক সুস্থিৰতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লব পাৰে ।
তেওঁ মহাত্মা গান্ধীৰ উদ্ধৃতি দি লগতে কয় যে আমি শিক্ষাৰ জৰিয়তে দেশৰ গৌৰৱ বৃদ্ধি আৰু সমৃদ্ধিশালী ৰ অংশীদাৰ হব পাৰো । মুখীয়ে লগতে তেজপুৰ বিশ্ববিদ্যালয় ৰ অসমীয়া ভাষাৰ বিভাগ আৰম্ভ কৰি অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ এইথিৰ্য সমৃদ্ধ ৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ।

Conclusion:তেজপুৰ বিশ্ববিদ্যালয় ৰ উপাচাৰ্য ডঃ বিনোদ কুমাৰ জৈনে আদৰণি ভাষণ দিয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধক্ষ , আধ্যাপক ধীৰেন্দ্ৰ পাল সিং য়ে ছাত্ৰ ছাত্ৰী সকলক দেশৰ দায়িত্বশীল নাগৰিক হিছাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় ।

#########
প্ৰণৱ কুমাৰ দাস।
তেজপুৰ ।
২৩/১২/২৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.