ETV Bharat / state

পুনৰ AN32 বিমানৰ উদ্ধাৰ অভিযান আৰম্ভ

দুদিনে সন্ধান নাই বায়ুসেনাৰ AN32 বিমানখনৰ ৷

পুনৰ AN32 বিমানৰ উদ্ধাৰ অভিযান আৰম্ভ
author img

By

Published : Jun 5, 2019, 2:42 PM IST

  • অৰুণাচলৰ মেচুকা আৰু পাৰ্শ্বৱৰ্তী এলেকাত বায়ু সেনাৰ উদ্ধাৰ অভিযান আৰম্ভ ৷
  • 2 খন ALH হেলিকপ্তাৰ,ভাৰতীয় সেনাৰ হেলিকপ্তাৰ আৰু MI-17 আৰু চুখয় SU-30 জাহাজৰে অভিযান পুনৰ আৰম্ভ কৰা হৈছে ৷
  • পুৱাৰ ভাগত প্ৰতিকূল বতৰৰ বাবে অভিযান বন্ধ কৰা হৈছিল ৷

Intro:Body:

AIR CRAFT  UPDATE

তেজপুৰ : বায়ু সেনাৰ উদ্ধাৰ অভিযান আৰম্ভ অৰুনাচলৰ মেচুকাত আৰুপাৰ্শবৰ্তী এলেকাত ৷ ২ খন ALH হেলি কপ্তাৰ, ভাৰতীয় সেনাৰ হেলিকপ্তাৰ আৰু MI -17 আৰু চুখয় SU-30 জাহাজৰে অভিযান পুনৰ আৰম্ভ কৰা হৈছে ৷পুৱাৰ ভাগত অভিযানৰ সময়ত প্ৰতিকূল বতৰৰ বাবে বন্ধ কৰিছিল ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.