মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নেকৰাহলাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷
দুৰ্ঘটনাটোত নিহত দিব্যজ্যোতি গগৈআহত ৰঞ্জন বৰা
তীব্ৰবেগত বাইকেৰে গৈ থকা অবস্থাত নিয়ন্ত্ৰন হেৰুৱাই
পথৰ ওপৰত বাগৰি পৰে যুৱকদুজন
সংকটজনক অৱস্থাত আহত ৰঞ্জন বৰা
নিহত দিব্যজ্যোতি গগৈৰ ঘৰ চতিয়াত