ETV Bharat / state

বালিপৰাত পথ দুৰ্ঘটনাত এজন থিতাতে মৃত্যু - বালিপৰাত পথ দুৰ্ঘটনাত এজন থিতাতে মৃত্যু

বালিপৰাত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷

বালিপৰাত পথ দুৰ্ঘটনাত এজন থিতাতে মৃত্যু
বালিপৰাত পথ দুৰ্ঘটনাত এজন থিতাতে মৃত্যু
author img

By

Published : Nov 8, 2020, 2:26 PM IST

ৰঙাপৰা, 8 নৱেম্বৰ : শোণিতপুৰৰ বালিপৰাত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে মৃত্যু ঘটে । AS12-AC-6119 নম্বৰৰ তীব্ৰবেগী এখন বলেৰ পিকআপ ভানে AS12-X-3504 নম্বৰৰ এখন স্কুটিক খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় স্কুটি আৰোহী চটু বিশ্বাসৰ । মৃত ব্যক্তিজন ৰঙাপৰাৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : পাণবাৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.