ৰঙাপৰা,১৪জুলাই : শনিবাৰে নিশা শোণিতপুৰ জিলাৰ বালিপৰাৰ দীঘলীত উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য বৰকাছ । বালিপৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈখনত এজন ব্যক্তিয়ে জাল মাৰি থাকোতে বৰকাছটো । বৰকাছটো উদ্ধাৰৰ পাছতে চাৰিদুৱাৰৰ বন বিভাগক চমজাই দিয়া হয় । বন বিভাগে কাছটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ।
বালিপৰাত উদ্ধাৰ বৰকাছ - বন বিভাগ
বালিপৰাৰ দীঘলীত এজন ব্যক্তিয়ে মাছ মাৰি থকা সময়ত উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য বৰকাছ ।
বালিপৰাত উদ্ধাৰ বৰকাছ
ৰঙাপৰা,১৪জুলাই : শনিবাৰে নিশা শোণিতপুৰ জিলাৰ বালিপৰাৰ দীঘলীত উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য বৰকাছ । বালিপৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈখনত এজন ব্যক্তিয়ে জাল মাৰি থাকোতে বৰকাছটো । বৰকাছটো উদ্ধাৰৰ পাছতে চাৰিদুৱাৰৰ বন বিভাগক চমজাই দিয়া হয় । বন বিভাগে কাছটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ।
Intro:বালিপৰাৰ দীঘলীত দুষ্প্ৰাপ্য বৰকাছ উদ্ধাৰ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ বালিপৰাত দীঘলীত নিশা এটা দুষ্প্ৰাপ্য বৰকাছ উদ্ধাৰ কৰা হয়। উল্লেখ্য যে বালিপৰাৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈখনত এজন ব্যক্তিয়ে জাল মাৰি থাকোতে জালখনত উঠি আহে বৰকাছটো। পাছত প্ৰকৃতিপ্ৰেমী লোক এজনে কাছটো উদ্ধাৰ কৰি উক্ত চাৰিদুৱাৰৰ বন বিভাগক চমজাই দিয়ে। বন বিভাগে কাছটো নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .