ৰঙাপৰা, ৩ এপ্ৰিল: গগৈয়ে এতিয়া আজমলক 'হু ইজি বদৰুদ্দিন' বুলি নকয় । কাৰণ কলিয়াবৰত তৰুণ গগৈয়ে নিজৰ পুত্ৰক সাংসদ হিচাপে জয়ী কৰাবলৈ হ’লে আজমলৰ দোৱা আৰু আৰ্শীবাদ লাগিব । সেয়েহে গগৈয়ে পুত্ৰ প্ৰেমত পৰি আজমলৰ ওচৰত আত্মসমৰ্পন হৈছে । এনেদৰেই তীব্ৰ সমালোচনা কৰি ৰঙাপৰাত বুধবাৰে পল্লৱ লোচন দাসৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে বিজেপিয়ে শেষ বিন্দু তেজ থকালৈকে আজমলৰ দৰে নেতাৰ ওচৰত আত্মসমৰ্পন নকৰে বুলিও কয় মন্তব্য কৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে ৰঙাপাৰা বাসী ৰাইজক পল্লৱ লোচন দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিৰ্বাচনী সভাখনতে বহুকেইজন কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এ.আই.ইউ.ডি.এফ আৰু আমছুৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপিত ৷
ৰঙাপৰাত বিশাল নিৰ্বাচনী সভা - পল্লৱ লোচন দাস
ৰঙাপাৰা বাসী ৰাইজক পল্লৱ লোচন দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিৰ্বাচনী সভাখনতে বহুকেইজন কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এ.আই.ইউ.ডি.এফ আৰু আমছুৰ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপিত ৷