ETV Bharat / state

এন আৰ চি সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ

প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অতিৰিক্ত খচৰা । শোণিতপুৰ জিলাৰ মুঠ 98 টা এন আৰ চি সেৱা কেন্দ্ৰত উপলব্ধ হৈছে তালিকাসমূহ । তেজপুৰ ৰাজহ চক্ৰৰ অধীনৰ 19 টা সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ ৷ শোণিতপুৰ জিলাত আনুমানিক 7 হাজাৰ লোকৰ নাম বাদ পৰাৰ সম্ভাৱনা ৷

এন আৰ চি সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ
author img

By

Published : Jun 26, 2019, 3:56 PM IST

তেজপুৰ ৰাজহ চক্ৰত আনুমানিক 700 নাম বাদ পৰাৰ সম্ভাৱনা ৷ তেজপুৰৰ পৰা প্ৰণৱ কুমাৰ দাসৰ এক ৰিপৰ্ট..

এন আৰ চি সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ

তেজপুৰ ৰাজহ চক্ৰত আনুমানিক 700 নাম বাদ পৰাৰ সম্ভাৱনা ৷ তেজপুৰৰ পৰা প্ৰণৱ কুমাৰ দাসৰ এক ৰিপৰ্ট..

এন আৰ চি সেৱা কেন্দ্ৰত ৰাইজৰ ভিৰ
Intro:DL

তেজপুৰ,২৬জুন : প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী NRC ৰ অতিৰিক্ত খচৰা ।শোণিতপুৰ জিলাৰ ত মুঠ 98 টা NSK ত উপলব্ধ হৈছে তালিকা সমূহ ।তেজপুৰ ৰাজহ চক্ৰ ৰ অধীনত মুঠ 19 টা NSK ত অতিৰিক্ত খচৰা চাবলৈ ভিৰ পৰিলক্ষিত হৈছে ।
বিভাগীয় কৰ্তৃপক্ষই জনাইছে যে যি সকলৰ নাম বাদ পৰিছে তেওঁলোকলৈ পুনৰ জাননী প্ৰেৰণ কৰি 11 জুলাইৰ ভিতৰতে দাবী দাখিল কৰাৰ বাবে সুযোগ পাব । শোণিতপুৰ জিলাত আনুমানিক 7 হাজাৰ লোকৰ নাম বাদ পৰিব পাৰে আৰু তেজপুৰ ৰাজহ চক্ৰত আনুমানিক 700 নাম বাদ পৰাৰ সম্ভাৱনা আছে বুলি জনাব পৰা গৈছে।
Bite:


Body:DL ।


Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
26/6/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.