ETV Bharat / state

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

তেজপুৰ লোকসভাত মুঠ 14,98,878 ভোটাৰে নিৰ্ণয় কৰিব 7 জন প্ৰাৰ্থীৰ ভাগ্য, সাজু ভোটাৰ ৰাইজ

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি
author img

By

Published : Apr 10, 2019, 2:23 PM IST

তেজপুৰ , 10 এপ্ৰিলঃ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল তেজপুৰ দৰং মহাবিদ্যালয়ৰ পৰা 1,880 টা ভোট গ্ৰহণ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷ এই নিৰ্বাচনত 14,98,878 ভোটাৰে নিৰ্ণয় কৰিব 7 জন প্ৰাৰ্থীৰ ভাগ্য ৷

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো লোকসভা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

তেজপুৰ লোকসভাৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলা উপায়ুক্ত নাৰসিং পাৱাৰে জনোৱা অনুসৰি শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে 1,118 টা ভোট কেন্দ্ৰ আছে ৷ উল্লেখ্য যে তেজপুৰ বিধানসভাত মুঠ 1,80,319 ভোটাৰৰ বিপৰীতে 227 টা ভোট কেন্দ্ৰ আছে আৰু ইয়াৰে ভিতৰত 30 টা মহিলাৰ বাবে সংৰক্ষিত ভোট কেন্দ্ৰ ৷ ইপিনে ঢেকীয়াজুলিত 2, 3,737 ভোটাৰৰ বিপৰীতে ভোট কেন্দ্ৰ 253 টা,ৰঙাপৰা সমষ্টিৰ 1,55,365 ভোটাৰৰ বাবে 197 টা, চতিয়া সমষ্টিৰ ভোটাৰ 1,80,463টা আৰু ভোট কেন্দ্ৰৰ সংখ্যা 228 টা ৷ আনহাতে বৰচলা সমষ্টিৰ 1,61,677 ভোটাৰৰ বাবে আছে 213 টা ভোট কেন্দ্ৰ ৷ বিশ্বনাথ জিলাত তিনিটা বিধানসভা সমষ্টিৰ ভিতৰত বিশ্বনাথ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,57,254 আৰু ভোট কেন্দ্ৰৰ সংখ্যা 198 টা ৷ ইপিনে বিহালী সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 1,19,949 আৰু ভোট কেন্দ্ৰ 154 টা, গহপুৰ সমষ্টিৰ 1,90,897 ভোটাৰৰ বিপৰীতে আছে 228 টা ভোট কেন্দ্ৰ ৷ ইয়াৰোপৰি তেজপুৰ লোকসভাৰ অন্তৰ্গত লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত 1,45,227টা ভোটাৰৰ বিপৰীতে আছে 182 টা ভোট কেন্দ্ৰ ৷ উল্লেখ্য যে ইয়াত মুঠ 6,112 গৰাকী কৰ্মচাৰী নিযুক্ত হৈ আছে ।

Intro:তেজপুৰ,১০ এপ্ৰিল : তেজপুৰ লোক সভা সমষ্টিৰ প্ৰথম পৰ্য্যাৰ নিৰ্বাচনৰ বাবে 1,880 টা ভোট গ্ৰহণ কেন্দ্ৰ ৰ বাবে বিষয়া কৰ্মচাৰী ইতিমধ্যে তেজপুৰ দৰং মহাবিদ্যালয় ৰ পৰা যাত্ৰা আৰম্ভ কৰিছে । 14,98,878 ভোটাৰে নিৰ্ণয় কৰিব 7 জন প্ৰাৰ্থীৰ ভাগ্য ।
উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে 1,118 টা ভোট কেন্দ্ৰ ইয়াৰ ভিতৰত উল্লেখযোগ্য 30 টা মহিলাৰ ভোট কেন্দ্ৰ সংৰক্ষণৰ ব্যৱস্থাৰ কৰিছে ।
তেজপুৰ লোক সভা ৰ নিৰ্বাচনী বিষয়া তথা শোণিতপুৰ জিলাৰ উপায়ুক্ত নাৰসিং পোৱাৰ এইদৰে কয় ।

Body:Byte: Narsing Pawar, DC Sonitpur ,RO .

তেজপুৰ বিধান সভাত মুঠ ভোটাৰ 1,80,319 ৰ বিপৰীতে 227 টা ভোট কেন্দ্ৰ ইয়াৰ ভিতৰত 30 টা কেন্দ্ৰ অকল মহিলাৰে সংৰক্ষণ , ঢেকীয়াজুলি ৰ 2, 3,737 ,আৰু ভোট কেন্দ্ৰ 253 টা । ৰঙাপৰা সমষ্টিৰ মুঠ ভোটাৰ 1,55,365 আৰু ভোট কেন্দ্ৰ 197 টা ।চতিয়া সমষ্টিৰ ভোটাৰ 1,80,463 টা আৰু ভোট কেন্দ্ৰ 228 টা , আৰু বৰচলা সমষ্টিৰ 1,61,677 ভোটাৰ আৰু213 টা ভোট কেন্দ্ৰ শোণিতপুৰ জিলাত ।আনহাতে বিশ্বনাথ জিলাত তিনিটা বিধান সভা সমষ্টিৰ ভিতৰত বিস্বানাথ সমষ্টিত মুঠ ভোটাৰ সংখ্যা 1,57,254 ভোটাৰ আৰু ভোট কেন্দ্ৰ 198 টা বিহালি সমষ্টিৰ মুঠ ভোটাৰ 1,19,949 আৰু 154 টা ভোট কেন্দ্র ,গহপুৰ সমষ্টিৰ মুঠ ভোটাৰ 1,90,897 টা আৰু ভোট কেন্দ্ৰ 228 টা আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টি তেজপুৰ লোক সভাৰ অন্তৰ্গত ইয়াৰ মুঠ ভোটাৰ 1,45,227 টা আৰু ভোট কেন্দ্ৰ 182 টা ।
ইয়াত মুঠ 6,112 গৰাকী কৰ্মচাৰী নিযুক্তি হৈছে।

Conclusion:Pranab Kumar Das, ETV Bharat Assam
Tezpur
10/4/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.