ETV Bharat / state

ৰঙাপৰাত পথৰ শোচনীয় অৱস্থা - পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী

বাৰিষা জমা হোৱা লেতেৰা পানী গছকি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকল অহা-যোৱা কৰিবলগীয়া হৈছে । শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে

ৰঙাপৰাত পথৰ শোচনীয় অৱস্থা
author img

By

Published : Sep 13, 2019, 11:27 PM IST

ৰঙাপৰা, 13 চেপ্তেম্বৰ : ৰঙাপৰাৰ মিলনপল্লীত পথৰ শোচনীয় অৱস্থা ৷ পথছোৱাত বাৰিষা জমা হোৱা লেতেৰা পানী গছকি ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে অহা-যোৱা কৰিবলগীয়া হৈছে । মিলনপল্লী গাঁৱৰ পথচোৱা মাটি ভৰাই ৰাইজক যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ নামনিগাঁও গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ । ৰাইজে যাতায়ত কৰি অহা উক্ত পথচোৱাত এতিয়া দেখা যায় হাঁহ চৰি থকা দৃশ্য ৷ লেতেৰা পানী গছকি অহা-যোৱা কৰা ভুক্তভোগী ৰাইজে অতি শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷

Intro:ৰঙাপৰাৰ মিলনপল্লীৰ ৰাইজে পানী গছকি কৰিছে যাতায়তঃ কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ মিলনপল্লীৰ একাংশ ৰাইজে এটা পথেৰে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে। পথছোৱাত বাৰিষাৰ কালত জমা হোৱা লেতেৰা পানী গছকি ৰাইজ আৰু ছাত্র-ছাত্ৰী সকলে অহা-যোৱা কৰিবলগীয়া হৈছে। ৰাইজে যাতায়ত কৰি অহা উক্ত পথচোৱাত হাঁহ চৰি থকা দৃশ্য ই টিভি ভাৰত অসমৰ কেমেৰাত বন্দী হয়। মিলনপল্লী গাঁৱৰ পথচোৱা মাটি ভৰাই ৰাইজক যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ নামনিগাঁও গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো সমস্যাটি সমাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। লেতেৰা পানী গছকি অহা-যোৱা কৰা ভুক্তভোগী ৰাইজে অতি শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.