ETV Bharat / state

তেজপুৰৰ ৰাজপথ উত্তাল কৰিলে দিব্যাংগ সন্থাই - প্ৰধানমন্ত্ৰী আবাস যোজনা

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বিচাৰি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ অসম দিব্যাংগ সন্থাই ৷ বিজেপি চৰকাৰ,মন্ত্ৰী নৱ দলেৰ বিৰুদ্ধে গৰজি উঠিল দিব্যাংগ ব্যক্তি সকল ৷

স্মাৰক পত্ৰ দিবলৈ যোৱা দিব্যাংগ সকলক গুৰুত্ব নিদিলে প্ৰশাসনে
author img

By

Published : Nov 24, 2019, 4:18 AM IST

তেজপুৰ,১৬ নবেম্বৰঃ তেজপুৰত ৰাজপথ অৱৰোধ কৰি বিজেপি চৰকাৰ,মন্ত্ৰী নৱ দলেৰ বিৰুদ্ধে গৰজি উঠিল দিব্যাংগ ব্যক্তি সকল ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বিচাৰি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তৰ অসম দিব্যাংগ সন্থাই ৷ দিব্যাংগ সকলৰ নিযুক্তি, জব কাৰ্ডত অন্তৰ্ভুক্তিৰ দাবীত ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায় , মন্ত্ৰী নৱ দলে মূৰ্দাবাদ , বিজেপি চৰকাৰ লেই লেই চেই চেই আদি শ্লগানৰে পৰিবেশ উত্তাল কৰি তোলে ৷

স্মাৰক পত্ৰ দিবলৈ যোৱা দিব্যাংগ সকলক গুৰুত্ব নিদিলে প্ৰশাসনে
প্ৰাপ্ত তথ্য মতে, জিলা গ্ৰামোন্নয়ণ অভিকৰণৰ কাৰ্যালয়লৈ সমদল কৰি দিব্যাংগ সন্থাই এখন স্মাৰকপত্ৰ দিব বিচাৰিছিল যদিও কাৰ্যালয়ৰ কোনো বিষয়াই তেঁওলোকৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ ওলাই নাহিল ৷ ঘণ্টাৰ পাছত ঘণ্টা ধৰি কাৰ্যালয়ৰ সন্মুখতে থিয় কৰাই ৰখাৰ পিছত ৰাজপথতে বহি প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত প্ৰশাসনৰ ভূমি দখল

Intro:দিব্যাংগৰ প্ৰতিবাদ ৷

তেজপুৰ,১৬ নবেম্বৰ : তেজপুৰত ৰাজপথ অৱৰোধ কৰি বিজেপি চৰকাৰ,মন্ত্ৰী নৱ দলেৰ বিৰুদ্ধে গৰজি উঠিল দিব্যাংগ সকল ৷ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ উত্তৰ অসম দিব্যাংগ সংন্হাৰ ৷ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ বিচাৰি হাহাকাৰ এই সকল দিব্যাগৰ ৷
দিব্যাগৰ নিযুক্তি,জব কাৰ্ডত অন্তভুৰ্ক্তিৰ দাবীত ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায় , মন্ত্ৰী নৱ দলে মুৰ্দাবাদ , বিজেপি চৰকাৰ লেই লেই চেই চেই শ্লগানৰে পৰিবেশ উত্তাল কৰি তোলে এই সকল বঞ্চিত দিব্যাংগই ৷

Body:আচলতে,জিলা গ্ৰামোন্নয়নৰ অভিকৰণৰ এইটো কায্যলয়লৈ সমদল কৰি সন্হাই এখন স্মাৰকপত্ৰ দিব বিচাৰিছিল যদিও কোনো বিষয়াই এই সকল দিব্যাগৰ প্ৰতিবাদক গুৰুত্ব নিদি ঘণ্টাৰ পিছত ঘণ্টা ধৰি কায্যলয়ৰ সন্মুখতে থিয় কৰাই ৰক্ষাত ৰাজপথত বহি পৰে এই সকল দিব্যাংগ প্ৰতিবাদকাৰী ৷
Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ ৷
১৬/১১/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.