তেজপুৰ,৭ মে' : অসমত পুনৰ এজন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আক্ৰান্ত লোকজন তেওঁ শোণিতপুৰ জিলাৰ নিবাসী ৷ ব্যৱসায় সূত্ৰে তেওঁ ৰাজস্থানলৈ গৈছিল আৰু ৰাজস্থানৰ পৰা আহি কাছাৰ জিলাত অৱস্থান কৰিছিল বুলি জানিব পৰা গৈছে ৷
-
Alert ~ One person from Cachar dist has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 6, 2020 " class="align-text-top noRightClick twitterSection" data="
↗️Total #COVID19 patients in Assam now stands at 45.
↗️Active cases 10
↗️Discharged 34
↗️Death 1
Update at 9.30 pm / May 6#AssamCovidCount
">Alert ~ One person from Cachar dist has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 6, 2020
↗️Total #COVID19 patients in Assam now stands at 45.
↗️Active cases 10
↗️Discharged 34
↗️Death 1
Update at 9.30 pm / May 6#AssamCovidCountAlert ~ One person from Cachar dist has tested positive for #COVID19.
— Himanta Biswa Sarma (@himantabiswa) May 6, 2020
↗️Total #COVID19 patients in Assam now stands at 45.
↗️Active cases 10
↗️Discharged 34
↗️Death 1
Update at 9.30 pm / May 6#AssamCovidCount
অসমত বৰ্তমানলৈকে মুঠ ৪৫ জন COVID-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজনৰ ৷ অৱশ্যে ইয়াৰ মাজতে ৩৪ জনে আৰোগ্য লাভ কৰিছে ৷ বৰ্তমান অসমত আক্ৰান্তৰ সংখ্যা ১0 জন ৷ 5 মে'ত দুজনৰ দেবহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি ৷
লগতে পঢ়ক : সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ বাবে নাম প্ৰেৰণ পাঁচ বিধায়কৰ