ETV Bharat / state

তেজপুৰত গা ধুবলৈ গৈ সলিল সমাধি এজনৰ

author img

By

Published : May 24, 2021, 7:30 PM IST

তেজপুৰত নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল গংগা দাস নামৰ এজন লোকৰ ৷ আৰক্ষীয়ে লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষালৈ ৷

তেজপুৰত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজনৰ

তেজপুৰ, ২৪ মে': তেজপুৰ তল কলিবাৰীত অঘটন । ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন লোকৰ।

প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰ তল কলিবাৰীৰ নিবাসী গংগা দাস নামৰ লোক জনে গৰম লগাৰ বাবে নদীত গা ধুবলৈ গৈছিল ৷ গা ধুবলৈ গৈ হঠাতেই নদীত বুৰ যায় গংগা দাস ৷ লোক জনক তেখেতৰ বন্ধুৱে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও নদীৰ বাঢ়নী পানীত বুৰ যায় মৃত্যু হয় তেখেতৰ ৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

অন্য এক খবৰৰ বাবে: ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.