ETV Bharat / state

পূৱ অৰুণাচলৰ টিৰাপত আটক 2 এন,এছ,চিএনৰ কেডাৰ

author img

By

Published : Apr 24, 2020, 2:37 PM IST

আটক কৰা কেডাৰ দুজনৰ পৰা লক ডাউনৰ সময়ত আন কেডাৰসকলৰ বাবে জমা কৰি থোৱা কৰা পি ডি এচৰ ৩০ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷

পূৱ অৰুণাচলৰ টিৰাপত আটক 2 এন,এছ,চিএনৰ কেডাৰ
পূৱ অৰুণাচলৰ টিৰাপত আটক 2 এন,এছ,চিএনৰ কেডাৰ

তেজপুৰ, ২৪ এপ্ৰিল : সেনাবাহিনীৰ অসম ৰাইফলছৰ এটা দলে চলোৱা অভিযানত আটক হয় এন এছ চি এনৰ দুজন অভাৰ গ্ৰাণ্ডৰ কেডাৰ ৷ গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা অসম ৰাইফলছ দলটোৱে চলোৱা এই অভিযানত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খুনচাৰ নামনি কলাম গাঁৱৰ পৰা আটক কৰে

কেডাকজনক ৷ তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্নেলঃ হৰ্ষবৰ্ধন পাণ্ডেই ইটিভি ভাৰতক জানিবলৈ দিয়ে এই কথা ৷ আটক কৰা কেডাৰ দুজনৰ পৰা লক ডাউনৰ সময়ত আন কেডাৰসকলৰ বাবে জমা কৰি থোৱা কৰা পি ডি এচৰ ৩০ বস্তা চাউল অৰ্থাৎ মুঠ ১৫০০ কেজি চাউল জব্দ কৰিবলৈ সক্ষম হয় ৷
সেনাৰ দলটোৱে এই সামগ্ৰীসমূহ স্থানীয় আৰক্ষীৰ হাতত জমা দি বৰ্তমান কেডাৰ দুজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ চৰকাৰে শিক্ষাৰ্থীসকলৰ ঘৰভাড়া ৰেহাই দিয়ক : সদৌ অসম আইন ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.