ETV Bharat / state

তেজপুৰত এন এছ চি এন কেডাৰ আটক

author img

By

Published : Nov 6, 2020, 8:22 PM IST

তেজপুৰ আৰক্ষীয়ে আটক কৰিছে কেডাৰ জন। অৱশ্যে আৰক্ষীয়ে এই মূহুৰ্তলৈ সবিশেষ জানিবলৈ দিয়া নাই।

nscn-arrested-at-tazpur
nscn-arrested-at-tazpur

তেজপুৰ,6 নৱেম্বৰঃ তেজপুৰ মিছন চাৰিআলিত আৰক্ষীয়ে শুকুৰবাৰে সন্ধিয়া এজন এন এছ চি এন ৰ দুৰ্ধষ কেডাৰ আটক কৰে । উল্লেখযোগ্য যে, তেজপুৰ আৰক্ষীয়ে আটক কৰিছে কেডাৰ জন। আৰক্ষীয়ে এই মূহুৰ্তলৈ সবিশেষ জানিবলৈ দিয়া নাই। ক‘ৰপৰা কেনেকৈ তেজপুৰলৈ কেডাৰজন আহিল, এই বিষয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰ প্ৰতিক্ৰিয়া বিধায়ক দেবানন্দ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.