ETV Bharat / state

জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি ! - জিলা প্ৰশাসনৰ লোক আৰু এচ ডি আৰ এফ

পুৱাৰে পৰা সন্ধানহীন হৈ আছে তেজপুৰৰ নিকটৱৰ্তী পাঁচমাইল বিহিয়া গাঁৱৰ এজন লোক !

জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি
author img

By

Published : Sep 10, 2019, 2:06 PM IST

তেজপুৰ,10 চেপ্টেম্বৰঃ জীয়া ভৰলী নদীত সন্ধানহীন হৈ আছে শোণিতপুৰৰ এজন ব্যক্তি ৷ মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত আব্দুল গফুৰ নামৰ ৫৫ বছৰীয়া লোকজন জীয়া ভৰলী নদীত নামোতে পানীৰ সোঁতত সন্ধানহীন হয় ৷

জীয়া ভৰলী নদীত সন্ধানহীন শোণিতপুৰৰ এজন ব্যক্তি
ইতিমধ্যে জীয়া ভৰলী নদীত জিলা প্ৰশাসনৰ লোক আৰু এছ ডি আৰ এফৰ লোকে অভিযান চলাইছে যদিও কোনো ধৰণৰ সন্ধান পোৱা নাই ৷ উল্লেখযোগ্য যে,যোৱা দুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ পিছতে পানীৰ সোঁত বৃদ্ধি পাইছে জীয়া ভৰলী নদীৰ ৷

Intro:Body:

potlung

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.