ETV Bharat / state

টাৱাঙৰ নুৰানং জলপ্ৰপাতত সন্ধানহীন যুৱক

author img

By

Published : Aug 19, 2019, 11:26 PM IST

নুৰানং জলপ্ৰপাতত 17 আগষ্টত সন্ধানহীন হৈছিল দৰ্জি নৰবুৰ নামৰ যুৱকজন ৷ জং জলপ্ৰপাতৰ পৰা পিচলি পৰি সন্ধানহীন হৈছিল যুৱকজন ৷

টাৱাঙৰ নুৰানং জলপ্ৰপাতত সন্ধানহীন যুৱক

তেজপুৰ,১৯ আগষ্ট: পশ্চিম অৰুণাচলৰ টাৱাং জং চেক্টৰৰ নুৰানং জলপ্ৰপাতত 17 আগষ্টত সন্ধানহীন হৈছিল দৰ্জি নৰবুৰ নামৰ যুৱকজন ৷ জং জলপ্ৰপাতৰ পৰা পিচলি পৰি সন্ধানহীন হৈছিল যুৱকজন ৷ বিগত দুদিন ধৰি সন্ধানহীন যুৱকজনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান লাভ কৰা নাই ৷ যাৰ বাবে সন্ধানহীন যুৱকজন টোৱানচু নদীলৈ উটি অহা বুলি আশংকা কৰি উদ্ধাৰকাৰী দলক অতি সাৱধানতাৰে উদ্ধাৰ কাৰ্য চলাবলৈ আহ্বান জনায় টাৱাং জিলাৰ উপায়ুক্ত ছাংগে ফুনটুছুৱে ৷

আনহাতে, জিলা উপায়ুক্তই কাষৰীয়া গাঁওবুঢ়া স্থানীয় ৰাইজ আৰু এচ ডি আৰ এফ বাহিনীকো উদ্ধাৰ অভিযানত সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, নুৰানং জলপ্ৰপাত টাৱাং তথা পশ্চিম অৰুণাচলৰ ভিতৰত অন্যতম জলপ্ৰপাত ৷ ইয়াৰ কাষতে আছে জং জলবিদ্যুৎ প্ৰকল্প ৷ এই জলপ্ৰপাত চাবৰ বাবে এই সময়চোৱাত যথেষ্ট পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

Intro:তেজপুৰ,১৯ আগষ্ট: পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জং চেক্টৰৰ নুৰানং জলপ্ৰপাতত ১৭ আগষ্টৰ দিনা বিয়লি আকস্মিকভাবে পিছলি পৰাৰ ফলত সন্ধানহীন দৰ্জি ওৱাংডিৰ ২৪বছৰীয়া পুত্ৰ দৰ্জি নৰবুৰ সন্ধানত আজিও অভিযান অব্যাহত আছে। বিভিন্ন উদ্ধাকাৰী দলৰ লগতে স্থানীয় ৰাইজেও এই অভিযানত যোৱা দুদিন ধৰি ভাগ লৈছে ৷
Body:সন্ধানহীন যুৱকজন টোৱানচু নদীলৈ অহা বুলি আশংকা কৰি উদ্ধাৰকাৰী দলক অতি সাৱধানতাৰে উদ্ধাৰ কাৰ্য্য চলাবলৈ টাৱাং জিলাৰ উপায়ুক্ত ছাংগে ফুনটুছুৱে আহ্বান জনাইছে।
জং জলপ্ৰপাতৰ পৰা পিচলি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ আনহাতে জিলা উপায়ুক্তই কাষৰীয়া গাঁওবুঢ়া স্থানীয় ৰাইজ আৰু এচ ডি আৰ এফৰ দ্বাৰা চলোৱা অভিযানত সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷
Conclusion:নুৰানং জলপ্ৰপাত টাৱাং তথা পশ্চিম অৰুনাচলৰ ভিতৰত অন্যতম জলপ্ৰপাত ৷ ইয়াৰ কাষতে আছে জং জলবিদ্যুৎ প্ৰকল্প ৷ এই জলপ্ৰপাত চাবৰ বাবে এই সময়চোৱাত পৰ্যটকৰ ভিৰ যথেষ্ট হয় ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৯/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.