ETV Bharat / state

মানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

author img

By

Published : Dec 25, 2019, 10:49 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক উদ্দেশ্যি ভাষণত কৈছিল যে অসমৰ মানুহে এই আইনৰ বিষয়ে বুজিব পৰা নাই । শিল্পী মানস ৰবীনে ইয়াৰ উত্তৰত কয় যে অসমৰ মানুহ নুবুজা নহয় সকলোৱে জানে আৰু সেয়ে এই প্ৰতিবাদ কৰিছে ।

Manas Rabin talks about CAA
মানস ৰবীনে উভতি ধৰিলে প্ৰধানমন্ত্ৰীৰ মন্তব্যক

তেজপুৰ ,২৫ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধত প্ৰতিবাদ ৷ শোণিতপুৰৰ ঢেকীয়াজুলিৰ কাৱৈমাৰিত শোণিতপুৰ জিলা সাংবাদিক সন্থা, ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ,পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্র সন্থা আৰু শোণিতপুৰ জিলা চাওঁতাল ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদী গণ সমাৱেশত অংশগ্ৰহণ কৰে অসমৰ তিনিজন শিল্পী মহেন্দ্ৰ হাজৰিকা, মানস ৰবীন আৰু বিপিন চাউদাঙে ।

প্ৰতিবাদস্থলীৰ পৰাই শিল্পী মানস ৰবীনে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য আগবঢ়াই যে এই নাগৰিকত্ব সংশোধনী আইন যদি কোনো যদি বুজিব পৰা নাই তেনেহলে সমগ্ৰ অসমত আজি ৰাইজ কিয় ওলাই আহিল । ছাত্ৰ সমাজ , আই আই টি, বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল তথা সাংবাদিক, শিল্পী সকলে প্ৰতিবাদ কিয় কৰিছে । উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক উদ্দেশ্যি ভাষণত কৈছিল যে অসমৰ মানুহে এই আইনৰ বিষয়ে বুজিব পৰা নাই । শিল্পী মানস ৰবীনে ইয়াৰ উত্তৰত কয় যে অসমৰ মানুহ নুবুজা নহয় সকলোৱে জানে আৰু বুজি এই প্ৰতিবাদ কৰিছে । এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই দেশ প্ৰেমমুলক গীতেৰে গণ সভাত অংশগ্ৰহণ কৰে ।

আনহাতে প্ৰায় 5 হাজাৰ লোকৰ সমাগম হোৱা এই সভাত অংশগ্ৰহণ কৰি বিপ্লৱী শিল্পী বিপিন চাউদাঙে কয় যে চৰকাৰে এইবাৰ শিল্পীৰ নামত ৫০ হাজাৰ টকা ঘোষণা কৰিছে আৰু মই চৰকাৰক অনুৰোধ কৰিছো যে এই আইন বাতিল কৰক মই চৰকাৰক ১ লাখ টকা পুৰস্কাৰ দিম । লগতে বিজেপিৰ একাংশ লোকে ফ’ন কৰি বিপিন চাউদাঙক বিপ্লৱী গান পৰিবেশন নকৰিবলৈ অনুৰোধ কৰে বুলি তেওঁ জানিবলৈ দিয়ে ।

আৰু চাওঁকঃ 28 ডিচেম্বৰত গুৱাহাটীলৈ ৰাহুল গান্ধী

Intro:তেজপুৰ,২৫ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰ কাৱৈমাৰিত শোণিতপুৰ জিলা সাংবাদিক সন্থা,ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা ,পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্র সন্থা আৰু শোণিতপুৰ জিলা চাওঁতাল ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত গণ সমবেশত অংশ গ্ৰহণ অসমৰ তিনি জন শিল্পীৰ মহেন্দ্ৰ হাজৰিকা, মানস ৰবীন আৰু বিপিন চাউদাং ।

Body:প্ৰতিবাদ সাব্যস্ত কৰি শিল্পী মানস ৰবীনৰ ইটিভি ভাৰতৰ আগত মন্তব্য কৰে যে এই নাগৰিকত্ব সংশোধনী আইন যদি কোনো যদি বুজিব পৰা নাই তেনেহলে সমগ্ৰ অসমত আজি ৰাইজ কিয় ওলাই আহিল ।ছাত্ৰ সমাজ , আই আই টি, বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকল সাংবাদিক, শিল্পী সকলৰ প্ৰতিবাদ কিয় হৈছে । উল্লেখযোগ্য যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম বাসিৰ উদ্দেশ্যে ভাষণত কৈছিল যে অসমৰ মানুহে এই আইনৰ বিষয়ে বুজিব পৰা নাই ।

BITE: মানস ৰবীন , (TAKE FROM LIVE U) ।

শিল্পী মানস ৰবীনৰ উত্তৰ অসমৰ মানুহ নুবুজা নহয় সকলোৱে জানে আৰু বুজি এই প্ৰতিবাদ কৰিছে ।
এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই দেশ প্ৰেম মূলক গীতেৰে গণ সভাত অংশ গ্ৰহণ কৰে ।

Conclusion:আনহাতে প্ৰায় 5 হাজাৰ লোকৰ সমাগমৰ উক্ত সভাত অংশ গ্ৰহণ কৰি বিপ্লৱী শিল্পী বিপিন চাউদাং য়ে কয় যে চৰকাৰে এইবাৰ শিল্পীৰ নামত ৫০ হাজাৰ টকা ঘোষণা কৰিছে আৰু মই চৰকাৰক অনুৰোধ কৰিছো যে এই আইন বাতিল কৰক মই চৰকাৰক ১ লাখ টকা পুৰস্কাৰ দিম ।লগতে বিজেপিৰ একাংশ লোকে ফোন কৰি বিপিন চাউদাংক বিপ্লৱী গান পৰিবেশন নকৰিবলৈ অনুৰোধ কৰে বুলি জানিব দিয়ে ।
Bite: বিপিন চাউদাং ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২৫/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.