ETV Bharat / state

তেজপুৰত প্ৰথমখন মনোনয়ন পত্ৰ দাখিল - তেজপুৰত মনোনয়ন দাখিল প্ৰথমগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ

ফাকুৱাৰ মাজতে বলিছে নিৰ্বাচনী বতাহ ৷ তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে ৷

TEZPUR
author img

By

Published : Mar 22, 2019, 2:42 PM IST

তেজপুৰ,22 মাৰ্চ: লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীক লৈ উৎকণ্ঠা অব্যাহত থকাৰ মাজতে তেজপুৰত মনোনয়ন দাখিল কৰিবলৈ আহিল প্ৰথমজন নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰি তেজপুৰৰ উন্নয়নৰ বাবে ৰাইজে উচিত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰে নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে ৷

ফাকুৱাৰ মাজতে নিৰ্বাচনী বতাহ

বিহু নৃত্য আৰু বাগৰুম্বাৰ তালে তালে মনোনয়ন পত্ৰ দাখিলৰ বাবে উপস্থিত হয় প্ৰাৰ্থীগৰাকী৷ জনসাধাৰণে প্ৰাৰ্থীগৰাকীলৈ সমৰ্থন আগবঢ়াই আগন্তুক নিৰ্বাচনত বিজয়ী কৰিব বুলি বিশ্বাসী বুলি প্ৰকাশ কৰে প্ৰাৰ্থী ৰহমানে ৷

Intro:তেজপুৰ:হোলীৰ দিন তাতে আকৌ নিৰ্বাচনী ৰ বতাহ ।তেজপুৰ লোক সভা সমষ্টিৰ বিজেপিৰ তালিকাত নাম প্ৰকাশ এতিয়া ও পোৱা নাই যদিও আজি নানা ৰঙীন নৃত্য ৰে শোভা যাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল প্ৰথম গৰাকী প্ৰাৰ্থী নিৰ্দলীয় ৰ পৰা।

Body:বিহু নৃত্য আৰু বাগৰুম বা তালে তালে এই জন নিৰ্দলীয় প্ৰাৰ্থী তেজপুৰ লোক সভা সমষ্টিৰ জিয়াবোৰ ৰহমান ।
তেওঁৰ হৈ সমৰ্থকৰ দাবী যে তেওঁ বিপুল ভোট ত জয়ী হব ।
DL

চাওক আমাৰ এই প্ৰতিবেদন ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত তেজপুৰ
২২/৩/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.