ETV Bharat / state

কাঠৰ চোৰাং গাড়ীসহ আটক তিনিজন

author img

By

Published : Jul 5, 2020, 9:52 PM IST

ভালুকপুঙত শনিবাৰে নিশা চোৰাং কাঠৰ গাড়ী জব্দ কৰে চাৰি দুৱাৰ বন বিভাগে ৷ তিনিজন চোৰাং কাঠ ব্যৱসায়ীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷ জব্দকৃত কাঠখিনৰ মূল্য প্ৰায় 50 হাজাৰ টকা ৷

ভালুকপুঙত জব্দ চোৰাং কাঠৰ গাড়ী
ভালুকপুঙত জব্দ চোৰাং কাঠৰ গাড়ী

ৰঙাপৰা, 5 জুলাই : অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত শনিবাৰে নিশা চাৰিদুৱাৰ বন বিভাগে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰে । অৰুণাচলৰ পৰা অহা AS-12-BC-5393 নম্বৰৰ চাৰিদুৱাৰ অভিমুখী চোৰাং কাঠৰ এখন বলেৰ’ পিক আপ্ গাড়ী এক গোপন সুত্ৰৰ পম খেদি জব্দ কৰে বন বিভাগে ৷

ভালুকপুঙত জব্দ চোৰাং কাঠৰ গাড়ী

ইতিমধ্যে চোৰাং কাঠসহ সৰবৰাহকাৰীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বন বিভাগে । আটকাধীন লোক কেইজনৰ নাম ৰথিন বড়ো, ৰুপেশ মিলি আৰু পল নাৰ্জাৰী বুলি জানিব পৰা গৈছে। বন বিভাগে সদৰF কৰা মতে, জব্দকৃত কাঠখিনৰ মূল্য প্ৰায় 50 হাজাৰ টকা ।

লগতে পঢ়ক : ৰোগাক্ৰান্ত মানসক আপোনাৰ সহায়ৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.